logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

টেঙাপুখুৰীত অসম জাতীয় পৰিষদৰ নেতা মানিক গগৈৰ চৰকাৰলৈ আহ্বান ।

15 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
15 hrs ago

টেঙাপুখুৰীত অসম জাতীয় পৰিষদৰ নেতা মানিক গগৈৰ চৰকাৰলৈ আহ্বান ।

More news from অসম and nearby areas
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব, ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয় 👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব, চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।
চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 
👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব,  ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 
👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 
👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয়
👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব,  চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব 
আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত 
সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
    4
    চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে ।  সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে ।  সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    2
    নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া 
শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    15 hrs ago
  • কেইবা শতাধিক বানপীড়িতে লাভ কৰিলে বিনামূলীয়া স্বাস্থ্যসেৱা শেহতীয়াকৈ সংঘটিত বিধ্বংসী বানৰ ফলত চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি পি এম শ্ৰী চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বানপীড়িত লোকসকলৰ বাবে এক জৰুৰী চিকিৎসা শিবিৰ (Emergency Medical Aid Camp) সফলভাৱে অনুষ্ঠিত হয়। পুৱাৰে পৰা আৰম্ভ হোৱা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ বিভিন্ন গাঁও, চাহ বাগিচা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। বৃদ্ধ, মহিলা, শিশু আদি সকলো বয়সৰ ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। ইয়াৰ উপৰি, প্ৰয়োজন অনুসৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰা হয়। এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত যথেষ্ট সকাহ কঢ়িয়াই আনে।
    1
    কেইবা শতাধিক বানপীড়িতে লাভ কৰিলে বিনামূলীয়া স্বাস্থ্যসেৱা

শেহতীয়াকৈ সংঘটিত বিধ্বংসী বানৰ ফলত চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি পি এম শ্ৰী চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বানপীড়িত লোকসকলৰ বাবে এক জৰুৰী চিকিৎসা শিবিৰ (Emergency Medical Aid Camp) সফলভাৱে অনুষ্ঠিত হয়।

পুৱাৰে পৰা আৰম্ভ হোৱা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ বিভিন্ন গাঁও, চাহ বাগিচা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। বৃদ্ধ, মহিলা, শিশু আদি সকলো বয়সৰ ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে।

ইয়াৰ উপৰি, প্ৰয়োজন অনুসৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰা হয়। এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত যথেষ্ট সকাহ কঢ়িয়াই আনে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    15 hrs ago
  • প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷ Slug:-Road construction by a renowned businessman at Silapather. দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷ # চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ # যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ # মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷ byte & visual in Input number চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
    3
    প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷
Slug:-Road construction by a renowned businessman at Silapather.
দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷
# চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ 
# যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ 
# মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা  ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷
#   যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ 
# যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷
byte & visual in Input number
চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
    user_Bristi Panging
    Bristi Panging
    Photographer Sissibargaon, Dhemaji•
    11 hrs ago
  • 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    1
    📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    user_SANTOSH KR PHUKAN
    SANTOSH KR PHUKAN
    Local News Reporter Tinsukia, Assam•
    2 hrs ago
  • তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    1
    তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক 
উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    user_Pallab jyoti ujonir barta
    Pallab jyoti ujonir barta
    বৰডুমচা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.