logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।​ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ​ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

10 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
10 hrs ago

শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।​ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ​ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

More news from অসম and nearby areas
  • শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।​ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ​ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।
    1
    শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন 
|
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।​ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ​ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    10 hrs ago
  • শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷
    2
    শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ
"কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.."
উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।
    1
    Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    9 hrs ago
  • চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।
    1
    চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা  হ'লি দলং ক্ষতিগ্ৰস্ত 
বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ 
চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা  হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে   ভাঙি পেলোৱাত 
দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে  । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ 
লগতে মথুৰাপুৰ,  লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    1
    বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    1 hr ago
  • লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত' #assamesetalksnow #NewsUpdate #lakhimpurassam
    1
    লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ
শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই
মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত'
#assamesetalksnow 
#NewsUpdate 
#lakhimpurassam
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    10 hrs ago
  • শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    2
    শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ |
শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    10 hrs ago
  • মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।
    1
    মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ 

সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.