logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate

9 hrs ago
user_Barpeta khabar
Barpeta khabar
Newsagent বৰপেটা, বৰপেটা, অসম•
9 hrs ago

বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate

More news from অসম and nearby areas
  • শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
    1
    শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা।
⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা।
⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান।
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।
    1
    ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। 
বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    7 hrs ago
  • আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
    1
    আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    10 hrs ago
  • ৰঙিয়াৰ বড়িগোগত কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা সম্পন্ন ৰঙিয়াৰ বড়িগোগৰ কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা আজি অনুষ্ঠিত কৰা হয়। স্থানীয় বড়িগোগ গাওঁ পঞ্চায়তৰ খেলপথাৰত অহা ৩ আৰু ৪ ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব নাট্য দলটোৱে। থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি অক্ষয় কলিতাৰ সভাপতিত্বত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বড়িগোগ হাইস্কুলৰ প্ৰধান শিক্ষক আফজাল আহমেদে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে টিকট উন্মোচন কৰে। পৰিচালনা সমিতিৰ সম্পাদক বীৰেন কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দিপাংকৰ শৰ্মা, সচিব প্ৰাণজিৎ ভূঞাৰ লগতে শিক্ষক চুৰেন কলিতা,দিলীপ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। একেখন মঞ্চতে কোষাধ্যক্ষ যোগেন কলিতা, ৰিংকু ঠাকুৰীয়া প্ৰমুখ্যে উদ্যোক্তা সমিতিৰ আন কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নাট্যদলটোৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত মহাযুদ্ধৰ খলনায়িকা , মনালিছাৰ চিৎকাৰ নাট দুখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।
    1
    ৰঙিয়াৰ বড়িগোগত কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা সম্পন্ন 
ৰঙিয়াৰ বড়িগোগৰ  কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা আজি অনুষ্ঠিত কৰা হয়। স্থানীয় বড়িগোগ গাওঁ পঞ্চায়তৰ খেলপথাৰত অহা ৩ আৰু ৪ ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব নাট্য দলটোৱে। থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি অক্ষয় কলিতাৰ সভাপতিত্বত  আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বড়িগোগ হাইস্কুলৰ প্ৰধান শিক্ষক আফজাল আহমেদে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে টিকট উন্মোচন কৰে। পৰিচালনা সমিতিৰ সম্পাদক বীৰেন কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দিপাংকৰ শৰ্মা, সচিব প্ৰাণজিৎ ভূঞাৰ লগতে শিক্ষক চুৰেন কলিতা,দিলীপ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। একেখন মঞ্চতে কোষাধ্যক্ষ যোগেন কলিতা, ৰিংকু ঠাকুৰীয়া প্ৰমুখ্যে উদ্যোক্তা সমিতিৰ আন কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নাট্যদলটোৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত মহাযুদ্ধৰ খলনায়িকা , মনালিছাৰ চিৎকাৰ নাট দুখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    5 hrs ago
  • 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    1
    📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত।

📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়।


নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    4 hrs ago
  • বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ Big breaking বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
    1
    বিটিচিৰ ২৬  নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ  বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
Big breaking
বিটিচিৰ ২৬  নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ  বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। #bplusne #BreakingNews #Flood #FlashFlood #TibetNepalBorder #Nepal #Tibet #NaturalDisaster #FloodNews #highlights
    1
    📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত।

📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়।

#bplusne #BreakingNews #Flood #FlashFlood #TibetNepalBorder #Nepal #Tibet #NaturalDisaster #FloodNews #highlights
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.