Shuru
Apke Nagar Ki App…
চামগুৰিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব লাভ জ্যেষ্ঠ বিজেপি কৰ্মী অনিল শইকীয়াৰ চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত ৰকিবুলৰ দূৰ্গ খহাই বিজেপিৰ পৰা বিজয়ী হৈছিল দিপ্লু ৰঞ্জন শৰ্মা। প্ৰায় বিৰানবৈ শতাংশ সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিত বিজেপিৰ স্থিতি সন্দৰ্ভত অনিল শইকীয়াৰ স্পষ্ট মত সংখ্যালঘু লোকসকল বিজেপি চৰকাৰ খনৰ কাম কাজত সন্তুষ্ট আৰু এইবাৰো অভিলেখ সংখ্যক ভোট দি বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিব।
ৰূপহী অসম দৈনিক

More news from Hojai and nearby areas
- শুনেন শুনেন মন দিয়া কংগ্রেস পার্টির হবে জয়1
- Post by Mahesh kumar das1
- Post by Rahul Vlogk1
- Post by KHABAR 24 BISWANATH1
- ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।1
- “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections20261
- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।1
- এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone1
- 📌সোণতলী আৰক্ষীৰ সহযোগত এন ডি আৰ এফ, এচ ডি আৰ এফ বাহিনী উদ্ধাৰকাৰী দলৰ মাৰাথন অভিযান। 📌 তিনিদিন উকলি যোৱাৰ পিছতো সন্ধান নোপোৱাত উৎকন্ঠাত অঞ্চল বাসী1