logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।

7 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
7 hrs ago

ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • Post by Musomi Akter
    4
    Post by Musomi Akter
    user_Musomi Akter
    Musomi Akter
    কলগাছিয়া, বৰপেটা, অসম•
    18 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিয়ে এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে। সভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এ আই ইউ ডি এফৰ হৈ ভোট ভিক্ষা কৰে। সভাত যুৱ প্ৰজন্মৰ উপস্থিতি চাই উৎফুল্লিত হয় ডঃ হাফিজ ৰফিকুল ইছলামে।
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিয়ে এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে। সভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এ আই ইউ ডি এফৰ হৈ ভোট ভিক্ষা কৰে। সভাত যুৱ প্ৰজন্মৰ উপস্থিতি চাই উৎফুল্লিত হয় ডঃ হাফিজ ৰফিকুল ইছলামে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    21 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    22 hrs ago
  • ধিঙত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ বিপুল সহাৰি।
    1
    ধিঙত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ বিপুল সহাৰি।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    23 hrs ago
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    1
    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম।
জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়।
সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন।
পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিৰ ভাষণ । তেওঁ মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে ভাষণ দিয়ে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি ক'য় যে যিমানেই মুছলমানৰ ৰাজহাড় নাভাঙক কিয় মুছলমানে মৰিবলৈ ভয় নকৰে। তেওঁ ডঃ হাফিজ ৰফিকুল ইছলামৰ বাবে ভোট ভিক্ষা কৰে।
    1
    বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিৰ ভাষণ । তেওঁ মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে ভাষণ দিয়ে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি ক'য় যে যিমানেই মুছলমানৰ ৰাজহাড় নাভাঙক কিয় মুছলমানে মৰিবলৈ ভয় নকৰে। তেওঁ ডঃ হাফিজ ৰফিকুল ইছলামৰ বাবে ভোট ভিক্ষা কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    21 hrs ago
  • অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি। পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা। নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো। আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
    1
    অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি।
পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা।
নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ।
অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো।
আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে।
ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
  • সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে
    1
    সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে
অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে
উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.