Shuru
Apke Nagar Ki App…
৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷
Assam sangbad 24
৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷1
- ধিঙত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ বিপুল সহাৰি।1
- অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি। পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা। নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো। আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।1
- সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে1
- চামগুৰি সমষ্টিৰ কাঠপাৰাত পুনৰ নিৰ্বাচনী হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় নিশা আন্ধাৰৰ সোযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰি থৈ যায় সমগ্ৰ ঘটনাটোৰ লগত কংগ্ৰেছী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ ঘটনাস্থলীত ৰূপহী হাট আৰক্ষী আৰু আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে1
- Post by Mahesh kumar das1
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- সমষ্টি পুণৰ নিৰ্ধাৰণ কৰাৰ ফলত ৰহা, জমুনামুখ, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিত সিচৰতি হৈ থকা কাৰ্বি ভূমিপুত্ৰসকল এইবাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়ে বঢ়মপুৰৰ কাৰ্বি ভূমিপুত্ৰ সকলে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ সমৰ্থনত আয়োজন কৰিছে এক বিশাল নিৰ্বাচনী সভা। এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং, কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মূখ্য কাৰ্যবাহী সদস্য ড° চাৰ সিং ইংতি কাথাৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী। আজি অঞ্চলটোৰ বহু সংখ্যক কাৰ্বি মহিলাই সভা স্থলীত শ্ৰমদান কৰি অহা ৫ তাৰিখে অনুষ্ঠিত হ'ব লগা অনুষ্ঠান ভাগি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছে। আজি এই কথা জানিবলৈ দিয়ে অন্যতম উদ্যোক্তা মংগল সিং তেৰণ আৰু গৌতম তিমুঙে1