Shuru
Apke Nagar Ki App…
কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚ কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚
Jamir Ali

- Jamir Aliকলিয়াবৰ, নগাঁও, অসম🤝3 hrs ago
- Jamir Aliকলিয়াবৰ, নগাঁও, অসম👏3 hrs ago
- Jamir Aliকলিয়াবৰ, নগাঁও, অসম🙏3 hrs ago
- Jamir Aliকলিয়াবৰ, নগাঁও, অসম🙏3 hrs ago
More news from অসম and nearby areas
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- হায়দৰাবাদৰ জনপ্রিয় সাংসদ বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছী চাহাবে চেঙাবাসীক সম্বোধন কৰাৰ মুহূর্ত1
- কেতিয়া পাম আৰু আমি নিয়াই অ মামা কিকৰি আছা অ প্লিছ3
- আমিনুলৰ হুমকাৰ ওৱেছিয় ভৰিৰ ধূলিৰ সমান যোগ্যতা হোৱা নাই নুৰুল হুদাৰ1
- মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।1
- Post by Safik1
- চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা। চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি। বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত। উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই1