Shuru
Apke Nagar Ki App…
নগাঁও বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত চটিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেষ বাঘেল সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে
ৰূপহী অসম দৈনিক

- Eliyas EliyasRupahi, Nagaon😤4 hrs ago
- Sujan Dasনগাঁও, নগাঁও, অসম😂5 hrs ago
More news from অসম and nearby areas
- মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান।1
- শুনেন শুনেন মন দিয়া কংগ্রেস পার্টির হবে জয়1
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- Post by Mahesh kumar das1
- Post by Rahul Vlogk1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ মন্তব্য ৷1
- Post by KHABAR 24 BISWANATH1
- “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections20261
- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।1