logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান। মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান।

5 hrs ago
user_Mustafa SalimAhmed
Mustafa SalimAhmed
Local News Reporter ধিং, নগাঁও, অসম•
5 hrs ago

মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান। মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান।

More news from অসম and nearby areas
  • মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান।
    1
    মধ্য অসমত আছাদুদ্দিন ৱাইছিৰ ব্যপক নিৰ্বাচনী প্ৰচাৰ। মুছলমান সকলক আল্লাহু আকবাৰ ধবনিৰে একত্ৰিত হোৱাৰ আহ্বান।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    5 hrs ago
  • হায়দৰাবাদৰ জনপ্রিয় সাংসদ বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছী চাহাবে চেঙাবাসীক সম্বোধন কৰাৰ মুহূর্ত
    1
    হায়দৰাবাদৰ জনপ্রিয় সাংসদ বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছী চাহাবে চেঙাবাসীক সম্বোধন কৰাৰ মুহূর্ত
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    4 hrs ago
  • আমিনুলৰ হুমকাৰ ওৱেছিয় ভৰিৰ ধূলিৰ সমান যোগ্যতা হোৱা নাই নুৰুল হুদাৰ
    1
    আমিনুলৰ হুমকাৰ ওৱেছিয় ভৰিৰ ধূলিৰ সমান যোগ্যতা হোৱা নাই নুৰুল হুদাৰ
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা। চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি। বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত। উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শ‌ইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    1
    চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা।
চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি।
বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। 
এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত।
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল।
সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।
বিজেপি প্ৰাৰ্থী অনিল শ‌ইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে।
ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • আছাউদ্দিন ওৱেচিয়ে অসমত জাতীয় সংঘৰ্ষ লগাবলৈ অসমলৈ আহিছে।সি দিল্লীৱালা মানুহ,অসমৰ কথা কি বা*ল জানে বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।লাহৰিঘাটৰ সমীপৱৰ্তী ধূপগুড়িত এটি নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই মন্তব্য ৰমাকান্ত দেউৰীৰ।শুনক সেই এক্সক্লুছিভ মন্তব্য
    1
    আছাউদ্দিন ওৱেচিয়ে অসমত জাতীয় সংঘৰ্ষ লগাবলৈ অসমলৈ আহিছে।সি দিল্লীৱালা মানুহ,অসমৰ কথা কি বা*ল জানে বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।লাহৰিঘাটৰ সমীপৱৰ্তী ধূপগুড়িত এটি নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই মন্তব্য ৰমাকান্ত দেউৰীৰ।শুনক সেই এক্সক্লুছিভ মন্তব্য
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    11 hrs ago
  • মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।
    1
    মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। 
সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ।
কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে।
নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • চামগুৰিত পুনৰ নিৰ্বাচনী হিং/সা। চামগুৰিত পুনৰ উ/ত/প্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি।
    1
    চামগুৰিত পুনৰ নিৰ্বাচনী হিং/সা।
চামগুৰিত পুনৰ উ/ত/প্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.