logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।

7 hrs ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
7 hrs ago

ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।

More news from Sonitpur and nearby areas
  • শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    1
    শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • Post by Rahul Vlogk
    1
    Post by Rahul Vlogk
    user_Rahul Vlogk
    Rahul Vlogk
    হোজাই, হোজাই, অসম•
    12 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    19 hrs ago
  • ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    1
    ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত  চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ
বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে  চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা  পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত  হৈ থকাৰ সময়তে  চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়।  ঘটনা সন্দৰ্ভত আজি  দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত  আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    12 hrs ago
  • “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections2026
    1
    “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা”
আকৌ এবাৰ বিজেপি চৰকাৰ🪷
৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়।
বিজেপি জিন্দাবাদ 
ভাৰত মাতা কি জয় 
জয় শ্ৰী ৰাম 
Narendra Modi 
Nitin Nabin  
Amit Shah 
Himanta Biswa Sarma 
Dilip Saikia 
Bhabesh kalita ভৱেশ কলিতা 
#AsssmElections2026
    user_Arup Sarma
    Arup Sarma
    Local News Reporter Rangia Pt, Kamrup•
    22 hrs ago
  • Post by Rahul Vlogk
    1
    Post by Rahul Vlogk
    user_Rahul Vlogk
    Rahul Vlogk
    হোজাই, হোজাই, অসম•
    14 hrs ago
  • শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী
    1
    শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    1
    এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    user_BHASKAR DAS
    BHASKAR DAS
    Handloom Weaver হাজো, কামৰূপ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.