Shuru
Apke Nagar Ki App…
শনিবাৰে ৪৩ নং তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী
NAlive24
শনিবাৰে ৪৩ নং তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী
More news from অসম and nearby areas
- Post by U song my videos1
- শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী1
- ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ফাতেমাবাদ চাহ বাগিচাত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা । 📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰীৰ পাৰিষদ দিগন্ত গয়াৰীৰ। 📌NDAৰ জয় সুনিশ্চিত বুলি মন্তব্য দিগন্ত গয়াৰীৰ।1
- #1
- এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone1
- Post by Mahesh kumar das1
- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।1