*Sulug-মৰিগাঁও জিলাৰ ভূৰ বন্ধা উন্নয়ণ খণ্ডৰ মানিপুৰস্থিত ইয়াংলি FPC Company Ltd য়ে কৃষক সমাজৰ বাবে এটি আনন্দৰ খবৰ কঢ়িয়াই আনিলে । * RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়। লগতে কোঁৱৰ গাঁও, মালপুতা, দুৰিমাৰী আৰু মানিপুৰ অঞ্চলৰ বহুতো মাকৈ খেতিয়ক সভাত উপস্থিত থাকি অনুষ্ঠানটোক অধিক গৌৰৱময় কৰি তোলে।* 📌*অনুষ্ঠানটোত ইংয়ালি FPC Company Ltd. ৰ CEO ত্ৰিদিৱ কাশ্যপ পাটোৱাৰী, Taaja Crop Science Pvt. Ltd. ৰ MD ইউচুফ আলি, ইংয়ালি FPC Company Ltd.ৰ Business Development Exicutive ধৰ্মেন্দ্ৰ ডেকা আৰু অধ্যক্ষ অজিত কুমাৰ বৰদলৈ, ব'ৰ্ড অৱ ডাইৰেক্টৰ জোনটি বৰদলৈ উপস্থিত থাকে।*

- ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।1
- ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার্ড2
- শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ1
- ৰঙিয়াত সংবাদমেল যোগে গোৰেশ্বৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বালা বিশ্বাসৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ ।আজি ৰঙিয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰাৰ্থী গৰাকীয়ে। আনহাতে গোৰেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভিক্তৰ দাসক সমৰ্থন আগবঢ়াব ঘোষণা কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে ।প্ৰাৰ্থীত্বৰ মনোনয়ন প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পৰিপ্ৰেক্ষিটত নিৰ্বাচনী আত্ম প্ৰচাৰ নকৰাৰ আনুষ্ঠানিক ঘোষণা আগবঢ়াই ৰবিন্দ্ৰ বালা বিশ্বাসে ।উল্লেখ্য যে ইয়াৰ পূৰ্বে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিআৰৰ কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰবীন্দ্ৰবালা বিশ্বাসে বিজেপি দলৰ উন্নয়ন মূলক পদক্ষেপৰ প্ৰতি আকৰ্ষিত হৈ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সংবাদমেলত দোহাৰে ।1
- ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত নাগ্ৰীজুলি আৰু লাতিবাৰীত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। নাগ্ৰীজুলি চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে আৰু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী মহিলাক ভৱিষ্যতে সামৰি লোৱাৰ আশ্বাস প্ৰদান কৰে। সভাত উপস্থিত থাকি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে ৰাইজৰ সঁহাৰিত উৎসাহিত হৈ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লয়। ইয়াৰ পাছতে বিয়লি অহিয়াবাৰী খেলপথাৰত অনুষ্ঠিত আন এক বিশাল জনসভাত বিজেপি, বিপিএফ আৰু অগপৰ শীৰ্ষ নেতৃবৃন্দই অংশগ্ৰহণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। বাইট-- লক্ষী দাস (ভজন) (পাৰিষদ BTC)1
- Post by U song my videos1
- বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে1
- শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী1
- এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone1