৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত নাগ্ৰীজুলি আৰু লাতিবাৰীত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত নাগ্ৰীজুলি আৰু লাতিবাৰীত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। নাগ্ৰীজুলি চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে আৰু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী মহিলাক ভৱিষ্যতে সামৰি লোৱাৰ আশ্বাস প্ৰদান কৰে। সভাত উপস্থিত থাকি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে ৰাইজৰ সঁহাৰিত উৎসাহিত হৈ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লয়। ইয়াৰ পাছতে বিয়লি অহিয়াবাৰী খেলপথাৰত অনুষ্ঠিত আন এক বিশাল জনসভাত বিজেপি, বিপিএফ আৰু অগপৰ শীৰ্ষ নেতৃবৃন্দই অংশগ্ৰহণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। বাইট-- লক্ষী দাস (ভজন) (পাৰিষদ BTC)

- Post by Mahesh kumar das1
- Post by Habibor Sheikh1
- শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ1
- 📌তিনিখন দেশৰ পাছপোৰ্ট আছে ৰিণিকি ভূঞা শৰ্মাৰ 📌বিদেশত কেইবাকোটি টকাৰ সম্পত্তি আছে মুখ্যমন্ত্ৰী পত্নীৰ 📌প্ৰেছ মেলযোগে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ #RinikiBhuyanSharma #HimantaBiswaSarma #Congress #AssamPolitics #BreakingNews #AssamNews #PoliticalNews #IndiaPolitics #Allegation #PressMeet #ViralNews #TrendingNow #NewsUpdate #BJPvsCongress #Election20261
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ1
- নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।1
- শনিবাৰে তামুলপুৰত ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী1
- বঙাইগাঁৱত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী গিৰীশ বৰুৱাৰ! 🟨 জনসমাগমত উষ্মা বৃদ্ধি, সমৰ্থকৰ ব্যাপক সঁহাৰি 🟨 উন্নয়ন আৰু পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ভোটাৰক আহ্বান 🟨 বঙাইগাঁও সমষ্টিত ৰাজনৈতিক উত্তেজনা তীব্ৰ 📍 বঙাইগাঁও, অসম1
- বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা। পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। নুৰুল হুদা এজন অমায়িক ব্যক্তি সকলোৱে মুখে মুখে চৰ্চিত। তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা। নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই সুপা দিয়াৰ দিশত।1