logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটত নুৰুল হুদাৰ জনপ্ৰিয়তাই। এআই ইউডিএফৰ ভেটি চূৰ্ণ বিছিন্ন হোৱাৰ দিশত। তৃতীয় বাৰৰ বাবে ৰূপহীহাটৰ বিধায়ক হব নেকি? নুৰুল হুদা। বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা। পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। নুৰুল হুদা এজন অমায়িক ব্যক্তি সকলোৱে মুখে মুখে চৰ্চিত। তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা। নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই সুপা দিয়াৰ দিশত।

2 hrs ago
user_Bittuahmed
Bittuahmed
Local News Reporter নগাঁও, নগাঁও, অসম•
2 hrs ago

ৰূপহীহাটত নুৰুল হুদাৰ জনপ্ৰিয়তাই। এআই ইউডিএফৰ ভেটি চূৰ্ণ বিছিন্ন হোৱাৰ দিশত। তৃতীয় বাৰৰ বাবে ৰূপহীহাটৰ বিধায়ক হব নেকি? নুৰুল হুদা। বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা। পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। নুৰুল হুদা এজন অমায়িক ব্যক্তি সকলোৱে মুখে মুখে চৰ্চিত। তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা। নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই সুপা দিয়াৰ দিশত।

More news from অসম and nearby areas
  • বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা। পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। নুৰুল হুদা এজন অমায়িক ব্যক্তি সকলোৱে মুখে মুখে চৰ্চিত। তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা। নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই সুপা দিয়াৰ দিশত।
    1
    বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা।
পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই 
নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে।
নুৰুল হুদা এজন অমায়িক ব্যক্তি 
সকলোৱে মুখে মুখে চৰ্চিত।
তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা।
নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই 
সুপা দিয়াৰ দিশত।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    1
    ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    1
    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম।
জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়।
সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন।
পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    23 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়
    1
    RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।*
📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    7 hrs ago
  • ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার্ড
    2
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার্ড
    user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডবকা, হোজাই, অসম•
    15 hrs ago
  • বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
    1
    বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি
তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ  নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    1
    শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.