Shuru
Apke Nagar Ki App…
➡️ ধিঙৰ ধুপগুৰিত ৰাইজৰ দলৰ বিশাল নিৰ্ব্বাচনী সভাত অখিল গগৈ । ➡️ বিজেপি , এ আই ইউ ডি এফক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ আহ্বান অখিল গগৈৰ । ➡️ ধিং সমষ্টিৰ মিত্ৰজোট তথা ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ হৈ বিশাল নিৰ্ব্বাচনী সভাত অখিল গগৈৰ উদাত্ত ভাষন । ➡️ মুখ্যমন্ত্ৰীযে চুমাবাবা বুলি কোৱা সন্দৰ্ভতো অখিল গগৈৰ তাপৰ্যপূৰ্ণ মন্তব্য ধিঙৰ নিৰ্ব্বাচনী প্ৰচাৰ সভাত ।
Mahesh kumar das
➡️ ধিঙৰ ধুপগুৰিত ৰাইজৰ দলৰ বিশাল নিৰ্ব্বাচনী সভাত অখিল গগৈ । ➡️ বিজেপি , এ আই ইউ ডি এফক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ আহ্বান অখিল গগৈৰ । ➡️ ধিং সমষ্টিৰ মিত্ৰজোট তথা ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ হৈ বিশাল নিৰ্ব্বাচনী সভাত অখিল গগৈৰ উদাত্ত ভাষন । ➡️ মুখ্যমন্ত্ৰীযে চুমাবাবা বুলি কোৱা সন্দৰ্ভতো অখিল গগৈৰ তাপৰ্যপূৰ্ণ মন্তব্য ধিঙৰ নিৰ্ব্বাচনী প্ৰচাৰ সভাত ।
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়1
- নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।1
- চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ* *হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?* আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।1
- Post by Mahesh kumar das1