logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে তোলা অভিযোগ ভিত্তিহীন বুলি কয় নুৰুল আমিন চৌধুৰীয়ে এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।

3 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
3 hrs ago

চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে তোলা অভিযোগ ভিত্তিহীন বুলি কয় নুৰুল আমিন চৌধুৰীয়ে এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।

More news from অসম and nearby areas
  • আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    1
    আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ
হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?
আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ 
১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ
লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব 
আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 min ago
  • আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ* *হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?* আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    1
    আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ*
*হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?*
আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ 
১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ
লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব 
আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।
    1
    এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • Post by Samaguri speed news
    1
    Post by Samaguri speed news
    user_Samaguri speed news
    Samaguri speed news
    Samaguri, Nagaon•
    7 hrs ago
  • ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা। ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।
    1
    ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা।
ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার্ড
    2
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার্ড
    user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডবকা, হোজাই, অসম•
    13 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    1
    ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.