Shuru
Apke Nagar Ki App…
মৰিগাঁও জিলাৰ ভূৰ বন্ধা উন্নয়ণ খণ্ডৰ মানিপুৰস্থিত ইয়াংলি FPC Company Ltd য়ে কৃষক সমাজৰ বাবে এটি আনন্দৰ খবৰ কঢ়িয়াই আনিলে RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়
Dhiren Medhi

More news from অসম and nearby areas
- Post by Mahesh kumar das1
- RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ* *হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?* আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।1
- ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা। ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।1
- Post by Samaguri speed news1
- Post by Mahesh kumar das1