Shuru
Apke Nagar Ki App…
হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
ৰূপহী অসম দৈনিক
হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
More news from Nagaon and nearby areas
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ1
- নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ* *হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?* আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।1
- Post by Samaguri speed news1
- ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা। ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।1
- বিগত দহটা বছৰ ৰূপহীহাটৰ বিধায়ক আছিল নুৰুল হুদা। পুনৰ ৰূপহীহাট সমষ্টিৰ জনতাই নুৰুল হুদাক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। নুৰুল হুদা এজন অমায়িক ব্যক্তি সকলোৱে মুখে মুখে চৰ্চিত। তৃতীয় বাৰৰ বাবে নুৰুল হুদা বিপুল ভোটত জয়ী হৈ ৰূপহীহাটৰ বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা। নুৰুল হুদাক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰা সেই সকল লোকৰ মুখত চূঙা ছাই সুপা দিয়াৰ দিশত।1