Shuru
Apke Nagar Ki App…
তেজপুৰ মহাভৈৰৱ মন্দিৰত উপস্থিত ভাৰত তিব্বত সহযোগ মঞ্চৰ প্ৰতিনিধি দল
Assam sangbad 24
তেজপুৰ মহাভৈৰৱ মন্দিৰত উপস্থিত ভাৰত তিব্বত সহযোগ মঞ্চৰ প্ৰতিনিধি দল
More news from Sonitpur and nearby areas
- তেজপুৰ মহাভৈৰৱ মন্দিৰত উপস্থিত ভাৰত তিব্বত সহযোগ মঞ্চৰ প্ৰতিনিধি দল1
- মাজবাট পাচনৈ চেৰফাং মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ বিজয় উৎসৱ উদযাপন....1
- Sonitpur District Gold 🏅youth and senior1
- তেজপুৰত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বায়ক সমিতি গঠন ।1
- #fbreelsfypシ゚viral #reelsfbシ #Udalguri #assam #wedding highlight Madhusmita Das Kalita Dr-Milan Das Karishma Baishya Dalishma Das Kushal Das Dikhita Das1
- ধিংৰ বুকুত প্ৰথম বাৰ মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী "লাচিত দিৱস" পালন কৰা হয়।বীৰ লাচিত সেনা অসমৰ,নগাঁও জিলা সমিতিৰ উদ্যোগত বীৰ লাচিত সেনা ধিং আঞ্চলিক সমিতিৰ সৌজ্যনত আজিৰ জাগৰণ যাত্ৰা তথা লাচিত দিৱসৰ শুভাযাত্ৰা । জয়তু বীৰ লাচিত সেনা।জয় আই অসম।1
- *** মৃত্যুওতো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য ****** ********************************** যোৱা ২২ নৱেম্বৰ ২০২৪ তাৰিখে নিশা ১১-০৭ বজাত আমাৰ ককাইদেউ, (দেউতাৰ মোমায়েকৰ ল'ৰা) ধৰণীধৰ দাস (সোণাই দা) দেৱে ৮৫ বছৰ বয়সত তেজপুৰ নেমকেয়াৰ হস্পিটেলত ইহলীলা সম্বৰণ কৰে। অৱসৰ প্ৰাপ্ত আঞ্চলিক বন বিষয়া তথা এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰি তেখেতে ভাওনা সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰে। অক্লান্ত সমাজ কৰ্মী হিচাপে ৰাইজৰ মাজত আস্থাভাজন হোৱা দাদাই আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ পূৰ্বতে চুবুৰিৰ ৰাইজে অনুষ্ঠিত কৰা সম্পূৰ্ণ ৰামায়ণ নাট ভাওনাত হনুমানৰ চৰিত্ৰত ভাও দি অভিলেখ স্থাপন কৰি থৈ গৈছে আৰু সমগ্ৰ শোণিতপুৰ জিলা খনৰ ভিতৰতে সেই অভিলেখ আজিও সৰ্বজন সমাদৃত। আনহাতে এগৰাকী সুদক্ষ উদ্যান শস্যৰ কৃষক হিচাপে অৱসৰৰ পাছতো আধুনিক প্ৰযুক্তিৰে কৃষি কৰ্মৰ জৰিয়তে নতুন প্ৰজন্মক প্ৰেৰণা আৰু সাহসেৰে উদ্বুদ্ধ কৰি থৈ গৈছে। শিশু সুলভ মন এটিৰ বিৰল অধিকাৰী হিচাপে শিশু সকলৰ মাজতো দাদা অতি প্ৰিয় আছিল। মৃত্যু হ'ল জীৱৰ সহজাত প্ৰবৃত্তি। তথাপিও এনে কেতবোৰ মানুহক আমি অতি কৰুণ ভাৱে চিৰদিনলৈ হেৰুৱাই আমি যেন বাকৰুদ্ধ হৈ পৰো এক অজান বেথাত। দাদাৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।1
- তেজপুৰত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ১৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন --"তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা "শীৰ্ষক গ্ৰন্থ উন্মোচন ।1