logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

shuru news app

2 hrs ago
user_Salman Hussain
Salman Hussain
বজালী (পিটি), বজালী, অসম•
2 hrs ago
ff4075da-8c75-4012-b2fa-13c7a7037ad6
edf582e4-60f5-4f18-bdbc-d54173221d4d
c4d03bbe-ea99-4284-868e-5427158b7868

shuru news app

More news from অসম and nearby areas
  • Assam 🇮🇳🇮🇳🚀🌺🌹
    5
    Assam 🇮🇳🇮🇳🚀🌺🌹
    user_Salman Hussain
    Salman Hussain
    বজালী (পিটি), বজালী, অসম•
    2 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। 📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী।
📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ ।
📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।
📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    2 hrs ago
  • বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে। এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে।‌ কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়।‌ পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব।‌ উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় । অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
    1
    বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০  ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে।  এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে  এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে।‌ কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। 
কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়।‌ পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে।
অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব।‌ উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। 
চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় ।
অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    9 hrs ago
  • কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
    1
    কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    1
    গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    3
    কলতলি প্রাথমিক বিদ্যালয়
স্থাপিতঃ ১৯৭৭ ইং
স্কুল কোড নং- ১৮০৬০৩০২৯০১
গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া
শিক্ষাখণ্ড: ছয়গাঁও
জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    user_Saddam hussain
    Saddam hussain
    গৰৈমাৰী, কামৰূপ, অসম•
    8 hrs ago
  • Post by Habibor Sheikh
    1
    Post by Habibor Sheikh
    user_Habibor Sheikh
    Habibor Sheikh
    Content Creator (YouTuber) বিজনী (পিটি), চিৰাং, অসম•
    14 hrs ago
  • আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে
    1
    আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে
    user_Salman Hussain
    Salman Hussain
    বজালী (পিটি), বজালী, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.