logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুৰীয়াৰ দগাঁও স্থিত আগশাৰীৰ অগ্ৰনী শিক্ষানুষ্ঠান আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ সফলতা হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।

1 hr ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
1 hr ago

জুৰীয়াৰ দগাঁও স্থিত আগশাৰীৰ অগ্ৰনী শিক্ষানুষ্ঠান আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ সফলতা হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।

More news from অসম and nearby areas
  • নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ
    1
    নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    16 hrs ago
  • ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা জেৰিন ওৱাহিদক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্ধনা #dtalksne #hsresult #everyone #examresults #photography
    1
    ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা জেৰিন ওৱাহিদক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্ধনা 
#dtalksne #hsresult #everyone #examresults #photography
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    17 hrs ago
  • শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
    4
    শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে
১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • ৰূপহীহাটৰ দ্বীপ জ্যোতি চিনিয়ন চেকেণ্ডাৰী বিদ্যালয় কলা শাখাত ৯০ শতাংশ নম্বৰেৰে উজ্বলিল। কাছখাইতী স্থিত দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে চতুৰ্থবাৰতেই সৰ্বোচ্চ ৯০শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্চললৈ। এশ শতাংশ ফলাফলৰ সৈতে সৰ্বোচ্চ ৯০ শতাংশ নম্বৰ লাভত উখল মাখল পৰিৱেশ বিদ্যালয় চৌহদত। ৰূপহী উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম। পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩গৰাকী তৃতীয় বিভাগত ৯গৰাকীয়ে উত্তীৰ্ণ হয়।
    1
    ৰূপহীহাটৰ দ্বীপ জ্যোতি চিনিয়ন চেকেণ্ডাৰী বিদ্যালয় কলা শাখাত ৯০ শতাংশ নম্বৰেৰে  উজ্বলিল।
কাছখাইতী স্থিত দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে চতুৰ্থবাৰতেই সৰ্বোচ্চ ৯০শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্চললৈ।
এশ শতাংশ ফলাফলৰ সৈতে সৰ্বোচ্চ ৯০  শতাংশ নম্বৰ লাভত উখল মাখল পৰিৱেশ বিদ্যালয় চৌহদত।
ৰূপহী উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম।
পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩গৰাকী তৃতীয় বিভাগত ৯গৰাকীয়ে উত্তীৰ্ণ হয়।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    19 hrs ago
  • তোমার ভিডিওটা দেখে অনেক ভালো লাগলো 😊 একটা কমেন্ট রেখে গেলাম ✍️ আমার ফ্যামিলিতে একবার আসবেন 🤝 ফলো করে পাশে থাকলে ১০০% ব্যাক ফলো পাবেন 💯 একজন আরেকজনের পাশে থাকলে সবাই গ্রো করতে পারি ❤️” 👉 “ভিডিওটা সত্যিই ভালো লেগেছে 👍 Support করতে এসে গেলাম 🤝 Follow করলে Back Follow পাবেন ১০০% 🔥 চলুন একসাথে এগিয়ে যাই 💯🚀” 👉 “Nice video 👍 Follow করুন ➕ Back Follow 100% 💯 Salman life 24 🚀 Let’s Grow Together 🔥”
    1
    তোমার ভিডিওটা দেখে অনেক ভালো লাগলো 😊
একটা কমেন্ট রেখে গেলাম ✍️
আমার ফ্যামিলিতে একবার আসবেন 🤝
ফলো করে পাশে থাকলে ১০০% ব্যাক ফলো পাবেন 💯
একজন আরেকজনের পাশে থাকলে সবাই গ্রো করতে পারি ❤️”
👉 “ভিডিওটা সত্যিই ভালো লেগেছে 👍
Support করতে এসে গেলাম 🤝
Follow করলে Back Follow পাবেন ১০০% 🔥
চলুন একসাথে এগিয়ে যাই 💯🚀”
👉 “Nice video 👍
Follow করুন ➕
Back Follow 100% 💯  Salman life 24 🚀
Let’s Grow Together 🔥”
    user_Salman Hussain
    Salman Hussain
    Mill Owner Doboka, Hojai•
    19 hrs ago
  • ​আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক গৌৰৱোজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে । বিদ্যালয়খনিৰ এই সাফল্যত সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ​প্ৰথম বিভাগ লাভ কৰিছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, তাৰে এজনে ডিষ্টিংচন আৰু দুজনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ওপৰিও দ্বিতীয় বিভাগত ৫৪ জন আৰু ​তৃতীয় বিভাগত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এই প্ৰসংগত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনো আহক।
    1
    ​আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক গৌৰৱোজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে । বিদ্যালয়খনিৰ এই সাফল্যত সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত
​প্ৰথম বিভাগ লাভ কৰিছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, তাৰে এজনে  ডিষ্টিংচন আৰু দুজনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ওপৰিও দ্বিতীয় বিভাগত ৫৪ জন আৰু ​তৃতীয় বিভাগত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
এই প্ৰসংগত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনো আহক।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • *নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ* *বিদ্যালয় খনৰ কলা খাশাৰ পৰিস্মিতা বৰায়ে ৯৫ শতাংশ নম্বৰ লাভ কৰা বিপৰীতে বানিজ্য শাখাত চেহজেনিল টেৰংপিয়ে ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়* *আনহাতে বিদ্যালয়খনৰ পৰা অৰ্থনীতি বিষয়ত হিমেশ কুমাৰ দেৱনাথে ১০০%, ইংৰাজী বিষয়ত পৰিস্মিতা বৰায়ে ৯৯%, বিহু বিষয়ত হিমাক্ষী শইকীয়া য়ে ১০০%, হিন্দী বিষয়ত অচল দাসে ৯৫%আৰু বেংকিংত ছেনলিন টেৰংপিয়ে ৯৯% নম্বৰে ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয়*
    2
    *নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ*
*বিদ্যালয় খনৰ কলা খাশাৰ পৰিস্মিতা বৰায়ে ৯৫ শতাংশ নম্বৰ লাভ কৰা বিপৰীতে বানিজ্য শাখাত চেহজেনিল টেৰংপিয়ে ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়*
*আনহাতে বিদ্যালয়খনৰ পৰা অৰ্থনীতি বিষয়ত হিমেশ কুমাৰ দেৱনাথে ১০০%, ইংৰাজী বিষয়ত পৰিস্মিতা বৰায়ে ৯৯%, বিহু বিষয়ত হিমাক্ষী শইকীয়া য়ে ১০০%, হিন্দী বিষয়ত অচল দাসে ৯৫%আৰু বেংকিংত ছেনলিন টেৰংপিয়ে ৯৯% নম্বৰে ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয়*
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    16 hrs ago
  • ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ সাফল্য লাভ
    1
    ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ সাফল্য লাভ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.