Shuru
Apke Nagar Ki App…
Nowgaon HS Result নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে দেখুৱালে চমকপ্ৰদ সফলতা শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
Bittuahmed
Nowgaon HS Result নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে দেখুৱালে চমকপ্ৰদ সফলতা শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
More news from অসম and nearby areas
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1
- অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়1
- *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে1
- বিদ্যালয়খনৰ এই সাফল্যত এতিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে বিদ্যালয় খনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৪৮ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে ২ শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।4
- আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ফলাফলক লৈ আনন্দ উল্লাহ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৮৫% শতাংশ ফলাফলেৰে উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন শিক্ষাৰ্থী। ষ্টাৰ মাৰ্ক এজন, প্ৰথম বিভাগত ৮ গৰাকী, দ্বিতীয় বিভাগত ২৭ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰে। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ভাল ফলাফলেৰে উজ্বলি উঠে।1
- Post by Mustafa SalimAhmed1
- Post by Mahesh kumar das1
- আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক গৌৰৱোজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে । বিদ্যালয়খনিৰ এই সাফল্যত সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত প্ৰথম বিভাগ লাভ কৰিছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, তাৰে এজনে ডিষ্টিংচন আৰু দুজনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ওপৰিও দ্বিতীয় বিভাগত ৫৪ জন আৰু তৃতীয় বিভাগত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এই প্ৰসংগত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনো আহক।1