logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায় অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়

10 hrs ago
user_Pranjal Bora
Pranjal Bora
Local News Reporter নগাঁও, নগাঁও, অসম•
10 hrs ago

অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায় অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়

More news from অসম and nearby areas
  • নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ
    1
    নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা জেৰিন ওৱাহিদক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্ধনা #dtalksne #hsresult #everyone #examresults #photography
    1
    ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা জেৰিন ওৱাহিদক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্ধনা 
#dtalksne #hsresult #everyone #examresults #photography
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    11 hrs ago
  • শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
    4
    শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে
১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    14 hrs ago
  • ৰূপহীহাটৰ দ্বীপ জ্যোতি চিনিয়ন চেকেণ্ডাৰী বিদ্যালয় কলা শাখাত ৯০ শতাংশ নম্বৰেৰে উজ্বলিল। কাছখাইতী স্থিত দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে চতুৰ্থবাৰতেই সৰ্বোচ্চ ৯০শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্চললৈ। এশ শতাংশ ফলাফলৰ সৈতে সৰ্বোচ্চ ৯০ শতাংশ নম্বৰ লাভত উখল মাখল পৰিৱেশ বিদ্যালয় চৌহদত। ৰূপহী উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম। পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩গৰাকী তৃতীয় বিভাগত ৯গৰাকীয়ে উত্তীৰ্ণ হয়।
    1
    ৰূপহীহাটৰ দ্বীপ জ্যোতি চিনিয়ন চেকেণ্ডাৰী বিদ্যালয় কলা শাখাত ৯০ শতাংশ নম্বৰেৰে  উজ্বলিল।
কাছখাইতী স্থিত দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে চতুৰ্থবাৰতেই সৰ্বোচ্চ ৯০শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্চললৈ।
এশ শতাংশ ফলাফলৰ সৈতে সৰ্বোচ্চ ৯০  শতাংশ নম্বৰ লাভত উখল মাখল পৰিৱেশ বিদ্যালয় চৌহদত।
ৰূপহী উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম।
পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩গৰাকী তৃতীয় বিভাগত ৯গৰাকীয়ে উত্তীৰ্ণ হয়।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    17 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    14 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • *নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ* *বিদ্যালয় খনৰ কলা খাশাৰ পৰিস্মিতা বৰায়ে ৯৫ শতাংশ নম্বৰ লাভ কৰা বিপৰীতে বানিজ্য শাখাত চেহজেনিল টেৰংপিয়ে ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়* *আনহাতে বিদ্যালয়খনৰ পৰা অৰ্থনীতি বিষয়ত হিমেশ কুমাৰ দেৱনাথে ১০০%, ইংৰাজী বিষয়ত পৰিস্মিতা বৰায়ে ৯৯%, বিহু বিষয়ত হিমাক্ষী শইকীয়া য়ে ১০০%, হিন্দী বিষয়ত অচল দাসে ৯৫%আৰু বেংকিংত ছেনলিন টেৰংপিয়ে ৯৯% নম্বৰে ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয়*
    2
    *নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ*
*বিদ্যালয় খনৰ কলা খাশাৰ পৰিস্মিতা বৰায়ে ৯৫ শতাংশ নম্বৰ লাভ কৰা বিপৰীতে বানিজ্য শাখাত চেহজেনিল টেৰংপিয়ে ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়*
*আনহাতে বিদ্যালয়খনৰ পৰা অৰ্থনীতি বিষয়ত হিমেশ কুমাৰ দেৱনাথে ১০০%, ইংৰাজী বিষয়ত পৰিস্মিতা বৰায়ে ৯৯%, বিহু বিষয়ত হিমাক্ষী শইকীয়া য়ে ১০০%, হিন্দী বিষয়ত অচল দাসে ৯৫%আৰু বেংকিংত ছেনলিন টেৰংপিয়ে ৯৯% নম্বৰে ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয়*
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ সাফল্য লাভ
    1
    ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ সাফল্য লাভ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    12 hrs ago
  • মহাবিদ্যালয় খনৰ কলা শাখাৰ শৰ্ষিতা কলিতাই ইতিসাহত ৰাজ্যখনৰ ভিতৰত ৯৯ শতাংশ নম্বৰ লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহাবিদ্যালয় খনত সৰ্বাধিক কলা শাখত ৯৫ শতাংশ বিজ্ঞান শাখাত ৯০ আৰু বানিজ্য শাখাত ৯২ শতাংশ নমাৰ লাভ কৰিছে। মহাবিদ্যালয় খনৰ তিনিওটা শাখাতে ফলাফল এশ শতাংশ।
    3
    মহাবিদ্যালয় খনৰ কলা শাখাৰ শৰ্ষিতা কলিতাই  ইতিসাহত  ৰাজ্যখনৰ ভিতৰত   ৯৯ শতাংশ নম্বৰ লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 
মহাবিদ্যালয় খনত সৰ্বাধিক কলা শাখত ৯৫ শতাংশ বিজ্ঞান শাখাত ৯০  আৰু বানিজ্য শাখাত ৯২ শতাংশ নমাৰ লাভ কৰিছে।
মহাবিদ্যালয় খনৰ তিনিওটা শাখাতে ফলাফল এশ শতাংশ।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.