তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ২ নম্বৰ ডোঙাৰগাঁওত বনৰীয়া হাতীৰ মৃত্যু । তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ২ নম্বৰ ডোঙাৰগাঁওত বনৰীয়া হাতীৰ মৃত্যু তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ভূটান সীমান্তত ক্ৰমাৎ বৃদ্ধি পোৱ হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিনতিৰ ফলতে ২ নম্বৰ ডোঙাৰগাঁও সমীপৰ অন্থাইবাৰীত আজি দিনৰ ভাগত উদ্ধাৰ হয় এটা মৃত বনৰীয়া হাতীৰ পোৱালী ৷ আজি দিনৰ ভাগত স্থানীয় লোকে অন্থাইবাৰীৰ সমীপৰে বৈ যোৱা বৰনদীৰ পাৰত মুখেৰে ফেন ওলাই থকা মৃত হাতী পোৱালীটো প্ৰত্যক্ষ কৰি বন বিঁভাগৰ লোকক খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰ বনানঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম,বনকৰ্মীৰ দল আৰু পশু চিকিৎসক ঘটনাস্থলিত উপস্থিত হয় পৰিবেশ নিৰীক্ষণ কৰে ৷ পিছত মৃত হাতীৰ পোৱালীটোৰ মৰোনোত্তৰ পৰীক্ষা কৰি নৈৰ পাৰতে সমাধিস্থ কৰে বনবিভাগৰ লোকে ৷ বনবিভাগৰ লোকে প্ৰাথমিক তদন্তৰ অন্তত খাদ্যত বিষক্ৰীয়া হোৱাৰ ফলতে হাতী পোৱালী টোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই সীমান্ত অঞ্চলত উপদ্ৰৱ চলাই মানুহৰ ঘৰ দূৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খেতি পথাৰৰ ক্ষতি সাধন কৰি আছিল ৷

- কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্যাপন1
- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ #AAMSU PROTEST DHEKIAJULI সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়। মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।1
- *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending1