logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।

2 hrs ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•

More news from অসম and nearby areas
  • সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    1
    সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ
লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী 
সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ 
মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়। মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।
    1
    মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা

মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।

    user_MOKIBUDDIN AHMED
    MOKIBUDDIN AHMED
    মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 

মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।

অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।

    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা।
    1
    ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। 
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। 

    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    23 hrs ago
  • পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 

মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।

অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 
মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 
স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।
স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।
অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    8 hrs ago
  • ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ
    1
    ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি
📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি
📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ
📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 
📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    9 hrs ago
  • ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান
    1
    ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো
    1
    আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত 
জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য 
দেখি হতভম্ব সকলো 
আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত 
জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য 
দেখি হতভম্ব সকলো
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.