Shuru
Apke Nagar Ki App…
ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান
Assam sangbad 24
ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান
More news from অসম and nearby areas
- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ #AAMSU PROTEST DHEKIAJULI সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending1
- মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1