Shuru
Apke Nagar Ki App…
ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ
Pankaj

More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়। মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।1
- ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান1