বৃহত্তৰ বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত সাধাৰণ সভা সম্পূৰ্ণ:::বৰপেটা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ =============================== বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেল বিভাগে ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত আজি এখন সাধাৰণ সভা সম্পূৰ্ণ উক্ত সভাত অতিৰিক্ত আয়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, ৰেল বিভাগৰ বিষয়াৰ লগতে বৰপেটাৰোডৰ কেইবাটাও দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক সমাজৰ অৰ্ধশতাধিক লোক উপস্থিত থকা সভাত বৰপেটাৰোডৰ ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ লগতে ৰেলৱে উৰণীয়া সেতুখনত সংলগ্ন কৰি ফুট ব্ৰীজত জ্যেষ্ঠ নাগৰিক, ৰোগী সকলে সহজে পাৰ হব পৰাকৈ লিফ্টৰ ব্যৱস্থা কৰা আৰু ৰেল স্তৱশ্বনৰ উত্তৰ দিশত টিকট কাউণ্টাৰ স্থাপন কৰাৰ বাবে এখন ৭ দফীয়া দ্বাবি সম্বলিত স্মাৰক পত্ৰ অতিৰিক্ত জিলা আযুক্তৰ যোগে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে।

- বৃহত্তৰ বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত সাধাৰণ সভা সম্পূৰ্ণ:::বৰপেটা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ =============================== বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেল বিভাগে ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত আজি এখন সাধাৰণ সভা সম্পূৰ্ণ উক্ত সভাত অতিৰিক্ত আয়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, ৰেল বিভাগৰ বিষয়াৰ লগতে বৰপেটাৰোডৰ কেইবাটাও দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক সমাজৰ অৰ্ধশতাধিক লোক উপস্থিত থকা সভাত বৰপেটাৰোডৰ ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ লগতে ৰেলৱে উৰণীয়া সেতুখনত সংলগ্ন কৰি ফুট ব্ৰীজত জ্যেষ্ঠ নাগৰিক, ৰোগী সকলে সহজে পাৰ হব পৰাকৈ লিফ্টৰ ব্যৱস্থা কৰা আৰু ৰেল স্তৱশ্বনৰ উত্তৰ দিশত টিকট কাউণ্টাৰ স্থাপন কৰাৰ বাবে এখন ৭ দফীয়া দ্বাবি সম্বলিত স্মাৰক পত্ৰ অতিৰিক্ত জিলা আযুক্তৰ যোগে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে।1
- ঐতিহ্যমণ্ডিত বৰপেটাসত্ৰ || Barpeta satra ||1
- R Islam #short# video1
- দুদিনীয়া ভ্ৰমণসূচীৰে বৰপেটাত উপস্থিত হোৱা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ বৰপেটা সত্ৰ দৰ্শন ৷1
- Barpeta Mandiya নাওঁ খেল চাও বলক। Boat ⛵⛵⛵⛵1
- Barpata xotro | বৰপেটা সত্ৰ1
- মা জয়গন নাও A গ্ৰোপেৰ ৰাধাকুছি বৰপেটা জিলা1
- barpeta to Guwahati going#1