Shuru
Apke Nagar Ki App…
অসম মৰাণ সভা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত , মৰাণ সভা কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত দ্বিতীয় বাৰ্ষিক একক কণ্ঠ'ৰ প্ৰাইজমাণি সংগীত প্ৰতিযোগিতা ২৫ আৰু ২৬ জুলাই, ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত
SADEKSARKA
অসম মৰাণ সভা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত , মৰাণ সভা কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত দ্বিতীয় বাৰ্ষিক একক কণ্ঠ'ৰ প্ৰাইজমাণি সংগীত প্ৰতিযোগিতা ২৫ আৰু ২৬ জুলাই, ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত
More news from Moran and nearby areas
- মৰাণ তেল ডিপোত গ্ৰাহকক প্ৰৱঞ্চনা কৰ্মচাৰীৰ1
- হঠাৎ নিশা মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বড়া1
- মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ এক অভিনৱ কাৰ্যসূচী1
- মাকুমত মৰাণ স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা মাকুমত ছাত্ৰ-ছাত্ৰীসকলক চেক বিতৰণ।1
- অসম মৰাণ সভা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অসম মৰাণ সভা, কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি একক কণ্ঠৰ স ংগীত প্ৰতিযোগিতা। নাম:- জেচিম নয়ন স্থান:- কল্লোল প্ৰেক্ষাগৃহ (ডুমডুমা মহাবিদ্যালয়)1
- #হঠাৎ নিশা মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বড়া ।1
- https://youtu.be/iJof3RfcFjw তেল নিদিয়াকৈ পইচা লৈ গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰোতে হাতে-লুটে ধৰা পৰিল তেল ডিপোৰ কৰ্মচাৰী ৷ চৰাইদেউ জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত 'আৰ. আৰ. কৰ্পৰেচন প্ৰাইভেট লিমিটেড' নামৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সংঘটিত হৈছে এই কাণ্ড ৷ গাড়ীৰ গৰাকীৰ লগতে বহুকেইগৰাকী সচেতন ব্যক্তি উপস্থিত হৈ ডিপোৰ কৰ্মচাৰীজনক সোধপোচ কৰাত অৱধ কুমাৰ নামৰ কৰ্মচাৰীজনে নিজৰ দোষ স্বীকাৰ কৰে ৷ গাড়ীৰ গৰাকীয়ে ঘটনা সম্পৰ্কত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰৱঞ্চক কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷1
- মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক অনিয়ম। তিনিচুকীয়াস্থিত মৰাণ স্বাঃ শাঃ পৰিষদৰ কাৰ্যালয়ৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। ৩টা কাৰ্যকালত কোটি টকা আবণ্টনৰ পাছতো নহ’ল উন্নয়ন।1