Shuru
Apke Nagar Ki App…
অসম মৰাণ সভা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অসম মৰাণ সভা, কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি একক কণ্ঠৰ স ংগীত প্ৰতিযোগিতা। নাম:- জেচিম নয়ন স্থান:- কল্লোল প্ৰেক্ষাগৃহ (ডুমডুমা মহাবিদ্যালয়)
Munna bora
অসম মৰাণ সভা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অসম মৰাণ সভা, কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি একক কণ্ঠৰ স ংগীত প্ৰতিযোগিতা। নাম:- জেচিম নয়ন স্থান:- কল্লোল প্ৰেক্ষাগৃহ (ডুমডুমা মহাবিদ্যালয়)
More news from Moran and nearby areas
- মৰাণ তেল ডিপোত গ্ৰাহকক প্ৰৱঞ্চনা কৰ্মচাৰীৰ1
- হঠাৎ নিশা মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বড়া1
- মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ এক অভিনৱ কাৰ্যসূচী1
- মাকুমত মৰাণ স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা মাকুমত ছাত্ৰ-ছাত্ৰীসকলক চেক বিতৰণ।1
- অসম মৰাণ সভা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অসম মৰাণ সভা, কাকপথাৰ আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি একক কণ্ঠৰ স ংগীত প্ৰতিযোগিতা। নাম:- জেচিম নয়ন স্থান:- কল্লোল প্ৰেক্ষাগৃহ (ডুমডুমা মহাবিদ্যালয়)1
- #হঠাৎ নিশা মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বড়া ।1
- https://youtu.be/iJof3RfcFjw তেল নিদিয়াকৈ পইচা লৈ গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰোতে হাতে-লুটে ধৰা পৰিল তেল ডিপোৰ কৰ্মচাৰী ৷ চৰাইদেউ জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত 'আৰ. আৰ. কৰ্পৰেচন প্ৰাইভেট লিমিটেড' নামৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সংঘটিত হৈছে এই কাণ্ড ৷ গাড়ীৰ গৰাকীৰ লগতে বহুকেইগৰাকী সচেতন ব্যক্তি উপস্থিত হৈ ডিপোৰ কৰ্মচাৰীজনক সোধপোচ কৰাত অৱধ কুমাৰ নামৰ কৰ্মচাৰীজনে নিজৰ দোষ স্বীকাৰ কৰে ৷ গাড়ীৰ গৰাকীয়ে ঘটনা সম্পৰ্কত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰৱঞ্চক কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷1
- মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ব্যাপক অনিয়ম। তিনিচুকীয়াস্থিত মৰাণ স্বাঃ শাঃ পৰিষদৰ কাৰ্যালয়ৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। ৩টা কাৰ্যকালত কোটি টকা আবণ্টনৰ পাছতো নহ’ল উন্নয়ন।1