logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

📌 ধুবুৰী-গৌৰীপুৰবাসীৰ বাবে ভাল খবৰ। 📌 দেওবাৰে মুকলি হ'ব ধুবুৰী-গৌৰীপুৰ সংযোগী ৰেলৱে উৰণ সেঁতু। 📌 ধুবুৰী-গৌৰীপুৰবাসীৰ বাবে ভাল খবৰ। 📌 দেওবাৰে মুকলি হ'ব ধুবুৰী-গৌৰীপুৰ সংযোগী ৰেলৱে উৰণ সেঁতু।

on 14 March
user_Dhubri News AS
Dhubri News AS
Local News Reporter আঠানি, ধুবুৰী, অসম•
on 14 March
b3ed0471-09e4-4587-93bc-7366d6245df2

📌 ধুবুৰী-গৌৰীপুৰবাসীৰ বাবে ভাল খবৰ। 📌 দেওবাৰে মুকলি হ'ব ধুবুৰী-গৌৰীপুৰ সংযোগী ৰেলৱে উৰণ সেঁতু। 📌 ধুবুৰী-গৌৰীপুৰবাসীৰ বাবে ভাল খবৰ। 📌 দেওবাৰে মুকলি হ'ব ধুবুৰী-গৌৰীপুৰ সংযোগী ৰেলৱে উৰণ সেঁতু।

More news from অসম and nearby areas
  • 📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ
    1
    📌আপোনাৰ শিশু সন্তানটিক উন্নতি শিক্ষা প্ৰদান কৰিব বিচাৰিছে নেকি? 
📌তেন্তে আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ 
📌আপোনাৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ বাবে ছানৰাইছ একাডেমীয়ে আনিছে এটি ভাল খবৰ
    user_WEST ASSAM
    WEST ASSAM
    শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    13 hrs ago
  • উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।
    1
    উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    4 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    15 min ago
  • ৰঙিয়াত ছিমবায়চিছ একাডেমীৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উদযাপন। ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভবণ প্ৰাংগনত তদুপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।
    1
    ৰঙিয়াত ছিমবায়চিছ একাডেমীৰ উদ্যোগত প্ৰাক ৰঙালী বিহু উদযাপন। ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভবণ প্ৰাংগনত তদুপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।  অনুষ্ঠানৰ লগত সঙ্গতি  ৰাখি বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    8 hrs ago
  • তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন
    1
    তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও বিহু নাচৰ এক বিশেষ কৰ্মশালা তথা আখৰা অনুষ্ঠানৰ আয়োজন
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
  • Post by Husan Akter
    1
    Post by Husan Akter
    user_Husan Akter
    Husan Akter
    গেংটক, গেংটক, চিকিম•
    14 hrs ago
  • Post by Abdul Salam
    3
    Post by Abdul Salam
    user_Abdul Salam
    Abdul Salam
    দলগাঁও (পিটি), দৰং, অসম•
    11 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। এগৰাকী শিক্ষকৰ বাবে বিশেষ মুহূৰ্ত কেৱল সন্মানাই নহয় ছাত্ৰ ছাত্ৰী সকলৰ সফলতাও শিক্ষক এজনৰ স্বীকৃতি আৰু প্ৰাপ্তি হয়।
    1
    মৈৰাবাৰীত এক অনন্য দৃশ্য:  এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে।
এগৰাকী শিক্ষকৰ বাবে বিশেষ মুহূৰ্ত কেৱল সন্মানাই নহয় ছাত্ৰ ছাত্ৰী সকলৰ সফলতাও শিক্ষক এজনৰ স্বীকৃতি আৰু প্ৰাপ্তি হয়।
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.