Shuru
Apke Nagar Ki App…
Mogrob
More news from অসম and nearby areas
- Post by Mogrob1
- জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷ মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷1
- গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা1
- Post by Saiful islam1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- Post by Uttam Dutta1
- Post by Eakupall1
- গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা1