Shuru
Apke Nagar Ki App…
বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা চুৰি হোৱা গাড়ী যোগীঘোপাত উদ্ধাৰ। ২৩ জুলাইত ৰাখালডুবীৰ পৰা চুৰি হৈছিল AS 19AC 5049 নম্বৰৰ মহিন্দ্ৰা JEETO PLUS গাড়ীখন । বঙাইগাঁও পালপাৰাৰ মন্তোষ ৰয়ে বৰপেটালৈ সামগ্ৰী আনিবলৈ যোৱাৰ সময়তে চোৰে গাড়ীখন লৈ উধাও হৈছিল । অৱশেষত উক্ত গাড়ীখন যোগীঘোপাৰ বালাপাৰাত পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি গৰাকী মন্তোষ ৰয়ক হস্তান্তৰ কৰে ।
Diganta bhorali

More news from Bongaigaon and nearby areas
- Majgaon নতুন Waterfall Bongaigaon Assam || Ami banoriya vlogs1
- Bongaigaon ##to ## tibo mondir ##and assam and bageshori pahar1
- Bhumeswar Hill Bongaigaon // ৰাজা ঠাকুৰ বন্দিৰ আৰু শিলৰ গুহা // Joydip vlogs // Assamese Vlogs //1
- Outing with friends1
- #Manikpur flyover, Bongaigaon #new flyover of assam #biker mustak1
- Post by Sivsagar to jorhat1
- Realme 13 Pro+ 5G1
- Assam Bongaigaon jila salmara Laura1