Shuru
Apke Nagar Ki App…
Outing with friends
Jitul Gogoi
Outing with friends
More news from Bongaigaon and nearby areas
- নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত প্ৰায় ৬০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অসম ৰেল আৰক্ষীৰ সফল অভিযান নামনিমুৱা অবোধ আসাম এক্সপ্ৰেছ ৰেলৰ পৰা জব্দ কৰা হয় ২৮৬ গ্ৰাম ড্ৰাগছ।1
- বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা চুৰি হোৱা গাড়ী যোগীঘোপাত উদ্ধাৰ। ২৩ জুলাইত ৰাখালডুবীৰ পৰা চুৰি হৈছিল AS 19AC 5049 নম্বৰৰ মহিন্দ্ৰা JEETO PLUS গাড়ীখন । বঙাইগাঁও পালপাৰাৰ মন্তোষ ৰয়ে বৰপেটালৈ সামগ্ৰী আনিবলৈ যোৱাৰ সময়তে চোৰে গাড়ীখন লৈ উধাও হৈছিল । অৱশেষত উক্ত গাড়ীখন যোগীঘোপাৰ বালাপাৰাত পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি গৰাকী মন্তোষ ৰয়ক হস্তান্তৰ কৰে ।1
- #BONGAIGAON | বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা চুৰি হোৱা গাড়ী উদ্ধাৰ হয় যোগীঘোপাত। যোৱা ২৩ জুলাইত বঙাইগাঁও পালপাৰাৰ মন্তোষ ৰয়ে বৰপেটালৈ সামগ্ৰী আনিবলৈ যোৱাৰ সময়তে ৰাখালডুবীৰ পৰা চুৰি হৈছিল AS 19AC 5049 নম্বৰৰ মহিন্দ্ৰা JEETO PLUS গাড়ীখন।1
- BREAKING নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অসম ৰেল আৰক্ষীৰ অভিযান।1
- বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা...1
- বঙাইগাঁও জিলাৰ গোলা-পাৰাত দীৰ্ঘদিন ধৰি যাতায়ত অসুবিধা সন্মুখীন হোৱা স্থানীয় লোক,স্কুলীয়া ছাত্ৰ ছাত্ৰী,ইত্যাদি ৰাইজৰ দাবীত বিশিষ্ট সমাজসেৱাক নুৰুল ইছলামে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাই বাহৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।1
- বঙাইগাঁও জিলাৰ অভয়াপুৰীত পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা1
- বিজেপি বঙাইগাঁও জিলা যুৱ মৰ্চাৰ উদ্যোগত নৰ্থ বঙাইগাঁৱত কাৰ্গিল বিজয় দিৱস পালন। নৰ্থ বঙাইগাঁওস্থিত বৌ বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱস।1