Shuru
Apke Nagar Ki App…
*নলবাৰীত অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বিকৃতি লাভৰ পিছত বিজেপিৰ সংবাদমেল*
LANGPHI NONGSTOIN LANGPHI
*নলবাৰীত অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বিকৃতি লাভৰ পিছত বিজেপিৰ সংবাদমেল*
More news from Nalbari and nearby areas
- মধ্য নলবাৰী (কলেজ চ'ক) ৰ এখন ব্যতিক্ৰমী দূৰ্গা পূজাৰ সংবাদ লৈ কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মন1
- : সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মর্মে নলবাৰীত দুদিনীয়া ধৰ্ণাত বহিল পৌৰ নিগমৰ কৰ্মচাৰী।দুদিনীয়া কৰ্মবিৰতিৰে ধৰ্ণাত বহিল নলবাৰী পৌৰ নিগমৰ কৰ্মচাৰী।ৰাজ্যৰ কৰ্মৰত পৌৰকৰ্মচাৰী সকলৰ ।1
- *নলবাৰীত অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বিকৃতি লাভৰ পিছত বিজেপিৰ সংবাদমেল*1
- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ সন্দৰ্ভত উত্তৰ নলবাৰী মন্দল বি জে পি সভাপতি1
- অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানে কি সহায় কৰিব? এই সন্দৰ্ভত ধ্ৰুপদী ভাষা সমিতিৰ অন্যতম সদস্য নলবাৰীৰ বৰভাগ কলেজৰ অধ্যাপিকা ড° নমিতা দেৱীৰ মন্তব্য।1
- অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান অধ্যাপিকা ড৹ নমিতা দেৱীৰ গুৰুত্বপূৰ্ণ মন্তব্য ধ্ৰুপদী ভাষা সমিতিৰ অন্যতম সদস্য ড৹ দেৱী বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপ'ৰ্ট1
- প্ৰথমতে বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে আৰু অসমীয়া হিচাপে অতিকৈ গৌৰৱান্বিত বৰভাগ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নমিতা দেৱী বাইদেউক বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰো। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা বিষয়টোৱে আজি প্ৰতিগৰাকী অসমীয়াই গৌৰৱান্বিত হোৱাৰ সময়তে অসমীয়া ভাষাক 'ধ্ৰুপদী ভাষা'ৰ মৰ্যাদা প্ৰদানৰ বাবে পঠোৱা প্ৰস্তাৱৰ বাবে গৱেষণা-টোকা প্ৰস্তুত কৰাৰ দায়িত্ব অসম প্ৰকাশন পৰিষদে লৈছিল। এই ডকুমেন্ট প্ৰস্তুতি সমিতিৰ এগৰাকী অন্যতম সদস্য হ'ল বৰভাগ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ড°নমিতা দেৱী বাইদেউ। DrNamita Devi highlight1
- বৰভাগ মহাবিদ্যালয়ৰ ২০২৪ ইং বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ABVP ৰ সাফল্য । বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ সভাপতি পদৰ প্ৰাৰ্থী নন্দিতা পাটোৱাৰী ।।1