মথুৰাপুৰ চাহ বাগিছাত ধৰ্ণা *চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তোলে মথুৰাপুৰ, নিমনাগড় চাহ বাগিচা* অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ উদ্যোগত মথুৰাপুৰ, নিমনাগড়, মাইবেলা চাহ মজদুৰ ইউনিয়নে শ্ৰমিক সকলৰ ২ দফীয়া দাবীৰে ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচা সমূহত কৰ্মৰত চাহ শ্ৰমিক সকলৰ দুই দফীয়া দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘই আহ্বান জনোৱা এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী আজি মথুৰাপুৰ আৰু নিমনাগড় চাহ বাগিচাত সফল ভাৱে ৰূপায়ন কৰা হয়। সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা সংঘৰ অধীনৰ বাগিচা সমূহত নিয়োজিত শ্ৰমিক সকলে আজি পুৱা ৮ বজাৰ পৰা এই কাৰ্যসূচী পালন কৰে। হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ বাগিচা সমূহৰ পৰিচালকৰ কাৰ্যালয় সন্মুখত সমবেত হৈ শ্ৰমিক সকলে নিজৰ দীৰ্ঘদিনীয়া দাবী- চাহ বাগিচাত দৈনিক হাজিৰাত কাম কৰা শ্ৰমিক সকলৰ মজুৰী বৃদ্ধি আৰু বাগিচাৰ উপ-কৰ্মচাৰী সকলৰ দৰমহা সংশোধন শীঘ্ৰেই পূৰণ কৰাৰ দাবীত শ্লোগান দি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা “বাগৰুম্বা দোই” আখৰা বড়ো সাংস্কৃতিক কেন্দ্ৰ, টিয়কহাবিত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী, ২০২৬ হব আখৰা1
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত উত্থাপিত অভিযোগ সম্পৰ্কে মূখ্যমন্ত্ৰীক অভিযোগ বিজেপি নেতা ৰাজিৱ বৰুৱাৰ।1
- মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।4
- প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?1
- 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।1
- ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।1
- এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ1
- ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।। ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।। SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।1