Shuru
Apke Nagar Ki App…
তেখেতৰ আছে আন এখন সুকীয়া চকী - ডবকা আগৰ ঊদ মাৰ্কেটত। য'ত দৈনিক সন্ধিয়া লাখ লাখ টকাৰ লেনদেন হয়। তেখেত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ দেশ-বিদেশত আগৰ ঊদ #agarwood ব্যৱসায়তো দক্ষ। তেখেত আন কোনো নহয় তেখেত হৈছে আমাৰ ডবকাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান Doboka Academy Sr.Sec.School cum super 50 ৰ সন্মানীয় অধ্যক্ষ তথা ট্ৰাষ্ট্ৰী প্ৰধান Mr. #Ikram_Uddin মহাশয়। ধন্যবাদ। ০৫/১০/২৪
Oggy bodo

More news from Doboka and nearby areas
- তেখেতৰ আছে আন এখন সুকীয়া চকী - ডবকা আগৰ ঊদ মাৰ্কেটত। য'ত দৈনিক সন্ধিয়া লাখ লাখ টকাৰ লেনদেন হয়। তেখেত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ দেশ-বিদেশত আগৰ ঊদ #agarwood ব্যৱসায়তো দক্ষ। তেখেত আন কোনো নহয় তেখেত হৈছে আমাৰ ডবকাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান Doboka Academy Sr.Sec.School cum super 50 ৰ সন্মানীয় অধ্যক্ষ তথা ট্ৰাষ্ট্ৰী প্ৰধান Mr. #Ikram_Uddin মহাশয়। ধন্যবাদ। ০৫/১০/২৪1
- আকৌ ডবকা নিউজক ধন্যবাদ এগৰাকী যুৱতীৰ! কিয় দিলে ধন্যবাদ চাওঁ আহঁক আজিৰ প্ৰতিবেদন।1
- #হোজাই জিলাৰ মোৰাঝাৰৰ বান্দৰমেলাত চাঞ্চল্যকৰ ঘটনা !1
- হোজাই জিলাৰ মোৰাঝাৰৰ বান্দৰমেলাত চাঞ্চল্যকৰ ঘটনা l1
- আমাৰ হোজাই সমষ্টিৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া ছাৰে ৰাইজৰ সৈতে খবৰ লবলৈ লাইনত আহিছে । লাগিছে যেন আমাৰ মাজৰেই এজন। কোনো ধৰণৰ অহংকাৰ নাই। ধন্যবাদ ছাৰ আপোনাক আগতেও বিচাৰোঁ।1
- পূজাৰ প্ৰাক ক্ষণত হোজাই ত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।।1
- হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে বাৰমিজ চুপাৰিৰ বিৰুদ্ধে অভিযান।1
- হোজাই আৰু লংকালৈ যোৱাৰ সময়ত ৰাস্তাৰ কাষত থকা দৃশ্য1