Shuru
Apke Nagar Ki App…
আজি কাৰ্গিল বিজয় দিৱস । দেশে উদযাপন কৰিছে গৌৰৱোজ্জ্বল দিৱসটি । কাৰ্গিল যুদ্ধ বুলিলেই সদায় বিশেষ হৈ আহিছে খুমটাই । কিয়নো এই যুদ্ধৰ প্ৰধান সেনাপতিজন আছিল খুমটাইৰ সন্তান।কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি কৰা হ'ল বিশেষ আয়োজন । খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দিৱসটি । অংশ লৈছে জিন্টু গগৈৰ পৰিয়ালৰ লগতে খুমটাইৰ ৰাইজে । আমাৰ এক প্ৰতিবেদন
Joyanta Kumar singh

More news from Khumtai and nearby areas
- আজি কাৰ্গিল বিজয় দিৱস । দেশে উদযাপন কৰিছে গৌৰৱোজ্জ্বল দিৱসটি । কাৰ্গিল যুদ্ধ বুলিলেই সদায় বিশেষ হৈ আহিছে খুমটাই । কিয়নো এই যুদ্ধৰ প্ৰধান সেনাপতিজন আছিল খুমটাইৰ সন্তান।কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি কৰা হ'ল বিশেষ আয়োজন । খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দিৱসটি । অংশ লৈছে জিন্টু গগৈৰ পৰিয়ালৰ লগতে খুমটাইৰ ৰাইজে । আমাৰ এক প্ৰতিবেদন1
- অহা ২৮ জুলাই তাৰিখত গোলাঘাট জিলাত অনুষ্ঠিত হ'ব বৃহৎ উপহাৰ কুপনৰ খেল1
- নগাঁৱৰ গোলাঘাট ষ্টেণ্ডত ৰাইজৰ ৰোষত এটা চুৰ...1
- গোলাঘাট বিধান সভা সমষ্টিৰ গাড়ীগাঁৱত কংগ্ৰেছৰ সাংগঠনিক সভা1
- গোলাঘাট জিলাৰ প্ৰথম লক্ষ্ণৌ ক্কাৰী, ক্কাৰী আৰশ্বাদ আলী চাহাবৰ মধুৰ কন্ঠত এটি চুৰা শুনো আহক। Bashir Ahmed1
- গোলাঘাট উপহাৰ খেল ! টিকটৰ বাবে যোগাযোগ- 069011 376981
- নগাঁৱৰ চহৰৰ গোলাঘাট ষ্টেণ্ডত ৰাইজৰ ৰোষত এটা চুৰ মন্দিৰৰ মূল্যবান সামগ্ৰী চুৰিৰ সন্দেহত আটক চুৰটোক . . .1
- কাৰ্গিল বিজয় দিৱস উপলক্ষে গোলাঘাট খুমটাইৰ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বিশেষ আয়োজন। খুমটাইৰ জাচিংফা লেখিকা সমাৰোহৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কাৰ্গিল বিজয় দিৱস।1