logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কমাৰগাঁৱত ,কমাৰগাঁও ৰাভাপাৰাত নিৰ্মাণ হ'বলগীয়া এটি পথৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই

1 day ago
user_Jeet Das
Jeet Das
ছয়গাঁও, কামৰূপ, অসম•
1 day ago

কমাৰগাঁৱত ,কমাৰগাঁও ৰাভাপাৰাত নিৰ্মাণ হ'বলগীয়া এটি পথৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই

More news from Kamrup and nearby areas
  • দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    1
    দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ  ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    4 hrs ago
  • মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    1
    মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    1
    চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    6 hrs ago
  • Post by Debojit Kumar Bordoloi
    1
    Post by Debojit Kumar Bordoloi
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Journalist যোৰহাট পশ্চিম, যোৰহাট, অসম•
    16 hrs ago
  • গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    3
    গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ
শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    12 hrs ago
  • চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    1
    চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে ।
আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ
    1
    দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    5 hrs ago
  • পলাশবাৰী সমষ্টিৰ কঠালবামাৰ অন্তৰ্গত শ্ৰী শ্ৰীবুঢ়া গোঁসাই নামঘৰৰ শতবৰ্ষ উদযাপন
    1
    পলাশবাৰী সমষ্টিৰ কঠালবামাৰ অন্তৰ্গত শ্ৰী শ্ৰীবুঢ়া গোঁসাই নামঘৰৰ শতবৰ্ষ উদযাপন
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    5 hrs ago
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমীত ছয়গাঁও আৰক্ষীৰ গৰুৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানত জব্দ ২০ টা বলধ গৰু সহ ৩ জন চালক হেন্দিমেন । ছয়গাঁও থানাৰ আৰক্ষী বিষয়া বিজয় দুৱাৰাৰ নেতৃত্বত চলিছিল এই অভিযান । ছয়গাঁও আৰক্ষীয়ে গৰু ভৰ্ত্তি AS-01, TC-5405 নম্বৰৰ বাহনখন ৰখাবলৈ সংকেত দিয়ে যদিও চালকে পথ সলনি কৰি পলাবলৈ চেষ্টা কৰোঁতে খেদি খেদি জব্দ কৰে বাহনখন ।
    1
    দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমীত ছয়গাঁও আৰক্ষীৰ গৰুৰ বিৰুদ্ধে বৃহৎ অভিযান ।
অভিযানত জব্দ ২০ টা বলধ গৰু সহ ৩ জন চালক হেন্দিমেন ।
ছয়গাঁও থানাৰ আৰক্ষী বিষয়া বিজয় দুৱাৰাৰ নেতৃত্বত চলিছিল এই অভিযান ।
ছয়গাঁও আৰক্ষীয়ে গৰু ভৰ্ত্তি AS-01, TC-5405 নম্বৰৰ বাহনখন ৰখাবলৈ সংকেত দিয়ে যদিও চালকে পথ সলনি কৰি পলাবলৈ চেষ্টা কৰোঁতে  খেদি খেদি জব্দ কৰে বাহনখন ।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.