logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

on 17 February
user_IJAJUL HOQUE
IJAJUL HOQUE
চামাগুৰি, নগাঁও, অসম•
on 17 February

More news from Nagaon and nearby areas
  • জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    1
    জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    2 hrs ago
  • ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    1
    ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ।
কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ 📌মিঞা মানে জ্ঞানী মন্তব্য পিযুজ হাজৰিকাৰ। #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews
    1
    📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ
নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ।
📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ
📌মিঞা মানে জ্ঞানী  মন্তব্য পিযুজ হাজৰিকাৰ। 
#highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews
#highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    16 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    19 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    13 hrs ago
  • লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় Pijush Hazarika
    1
    লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায়
Pijush Hazarika
    user_লংকাৰ খবৰ
    লংকাৰ খবৰ
    লংকা, হোজাই, অসম•
    1 hr ago
  • সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    1
    সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী কৈ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    1
    আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ  পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী 
কৈ ড্ৰাগছ আসক্তই
চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.