logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ।  ১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ।  বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ মাজেৰে পাৰ হৈ যোৱা আই আৰু মানাহ নৈ দুখনে ভাগ ভাগ কৰিছে সমষ্টি খনক। প্ৰতিবছৰে আই নৈৰ ৰুদ্ৰমূৰ্তিৰ বাবে অঘৰী হয় বহু পৰিয়াল, সৰ্বস্ব নিস্ব হৈ ছাউনী পাতি আশ্ৰয় শিৱিৰত গৰু ছাগলীৰ সৈতে সহৱস্থান কৰিব লগা হয়। যি দৃশ্যই সকলোকে আৱেগিক কৰি তোলে। যোৱা  বৰ্ষত আই নৈৰ গৰাখহনীয়া আৰু বানপানীৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ বাৰী নৈৰ বুকুত উঠি যায়। মূৰৰ ঘাম মাটিত পেলাই গঢ়ি তোলা খেতি বাতি সমূহ পোত যায় আই নৈৰ বুকুত। নিশ্চিহ্ন হৈছে কেইবাখনো ৰাজহ গাওঁ তাৰ পিছতো চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা হাতত লোৱা দেখা নাযায়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ঘৰৰ নিচেই কাষতে এই বৰ্ষত চলিছে প্ৰৱল গৰাখহনীয়া। অনিদ্ৰা-অনাহাৰে দিবা-ৰজনী পাৰ কৰিছে শ শ পৰিয়াল। উপায়ন্তৰ হৈ শিৱিৰ পাতি বাস কৰিবলগীয়া হৈছে। তেনে সময়ত বিধায়ক তথা বিভিন্ন ৰাজনৈতিক দল তথা একাংশ সংঘঠনৰ বাঘা বাঘা নেতা কৰ্মী সকলে সেই শিৱিৰ আৰু গৰাখহনীয়া স্থান পৰিদৰ্শন কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰা দেখা যোৱাৰ বাহিৰে বাকী একো দেখা নাযায়। যেতিয়া নিজৰ চকুৰ সন্মুখত বছৰ বছৰ ধৰি সপোনত দেখি নিজৰ হাবিয়াস অনুযায়ী সজাই তোলা আপোন ঘৰ খন নিমিষতে নৈৰ বুকুত উঠি যায় তাতোকৈ বেদনা দায়ক আৰু কি হব পাৰে। ইফালে সৰ্বস্ব হেৰুৱাই সাধাৰণ এটা তিৰ্পালৰ তলত গৰু, ছাগলী লৈ কণ কণ সন্তান বুকুত লৈ বৰষুণ, ধুমুহাৰ মাজত ভোকে পিয়াহে নিশা পাৰ কৰিবলগীয়া হয়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বাসগৃহৰ কাষেৰে বৈ গৈছে আই নৈ। এগৰাকী বিধায়কে ইচ্ছা কৰিলে নিৰাপদ স্থানত হাবিয়াস অনুসৰি ঘৰ সজাব পাৰিব কিন্তু কি হব সাধাৰণ ৰাইজৰ। বিধায়ক তথা চৰকাৰে কেৱল যেতিয়া গৰাখহনীয়া হয় তেতিয়া গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে ভুক্তভোগী ৰাইজে। সমষ্টি খনৰ মূল সমস্যা ৰাস্তা-ঘাট আৰু গৰাখহনীয়া। ইমান দিনে কোনো চৰকাৰ তথা বিধায়কে এই সমস্যা সমাধানৰ বাবে মনে প্ৰাণে চেষ্টা কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। কেৱল নিৰ্বাচনৰ সময়ত একাংশ নেতা কৰ্মীয়ে ভোট সংগ্ৰহৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে আই নৈৰ গৰাখহনীয়া আৰু ৰাস্তা-ঘাটৰ সমস্যাক। সমাধানৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ লোৱা নাই বাবেই সমাধান হোৱা নাই বুলি জনায় বহু ভুক্তভোগী পৰিয়ালে। নিৰ্বাচনৰ সময়ত এইবোৰ সমস্যা সমাধানৰ টোপ দি ডাঙৰ ডাঙৰ ভাষণ দিয়ে কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছত কোনো খবৰ নলয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিগত দিনত ২০ বছৰ ভূপেন ৰায়, ১০ বছৰ আব্দুল হাই নাগৰী আৰু ৫ বছৰ আব্দুল বাতিন খন্দকাৰে আই নৈৰ গৰাখহনীয়া ৰোধৰ কোনো বিশেষ পদক্ষেপ লোৱা নাই বুলি ৰাইজে ক্ষোভ উজাৰে লগতে কয় যে বৰ্তমানৰ বিধায়কেও এনে কোনো ব্যৱস্থা লোৱা নাই যি অৱস্থাৰ জড়িয়তে তৎকালীন ভাৱে তথা অহা বাৰিষাৰ পূৰ্বে ৰাইজে সকাহ পাব। অৱশ্যে বৰ্তমান বিধায়ক নুৰুল ইছলামে জিলা আয়ুক্তৰ লগতে কেবাজনো বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰি কয় যে পূৰ্বতে এই কামৰ সৱিশেষ চৰকাৰৰ ওচৰত দাখিল কৰা আছে,এতিয়া বিভাগীয় মন্ত্ৰীয়ে ধন মোকোলাই দিলেই কাম আৰম্ভ কৰিব পৰা যাব। এইবাৰ বাৰিষাৰ সময়ত যোৱা বৰ্ষৰ দৰে আকো কেইবা খনো ৰাজহ গাওঁ নোহোৱা হোৱাৰ সম্ভাৱনা দেখি ৰাইজ আতংকিত হৈ পৰিছে। কাৰণ পূৰ্বতে কেইবাখনো ৰাজহ গাওঁ নৈৰ বুকুত জাহ গৈছে। ইফালে ১০ লক্ষাধিক ভোটত জয় লাভ কৰা সাংসদ ৰকিবুল হুছেইনে এবাৰো এই ৰাইজৰ দুদৰ্শাৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সাংসদ জনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি নৈপৰীয়া ৰাইজে জানিবলৈ দিয়ে। আমাৰ এক প্ৰশ্নৰ উত্তৰত একাংশ স্থানীয় ৰাইজে কয় যে সাংসদ জনক যদি বিভিন্ন দিশ চালি জাৰি চাই নম্বৰ দিয়া যায় তেন্তে তেখেতৰ নম্বৰ হব বিয়োগাত্মক। পৰৱৰ্তী সময়ত বিধায়ক, সাংসদ আৰু বৰ্তমানৰ চৰকাৰে কোনে ধৰণৰ ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হব।

19 hrs ago
user_Reporter Yeasin Ali.
Reporter Yeasin Ali.
Local News Reporter শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
19 hrs ago
6f893d6f-0628-4ad0-9609-3a0dc662efc5

১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ।  ১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ।  বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ মাজেৰে পাৰ হৈ যোৱা আই আৰু মানাহ নৈ দুখনে ভাগ ভাগ কৰিছে সমষ্টি খনক। প্ৰতিবছৰে আই নৈৰ ৰুদ্ৰমূৰ্তিৰ বাবে অঘৰী হয় বহু পৰিয়াল, সৰ্বস্ব নিস্ব হৈ ছাউনী পাতি আশ্ৰয় শিৱিৰত গৰু ছাগলীৰ সৈতে সহৱস্থান কৰিব লগা হয়। যি দৃশ্যই সকলোকে আৱেগিক কৰি তোলে। যোৱা  বৰ্ষত আই নৈৰ গৰাখহনীয়া আৰু বানপানীৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ বাৰী নৈৰ বুকুত উঠি যায়। মূৰৰ ঘাম মাটিত পেলাই গঢ়ি তোলা খেতি বাতি সমূহ পোত যায় আই নৈৰ বুকুত। নিশ্চিহ্ন হৈছে কেইবাখনো ৰাজহ গাওঁ তাৰ পিছতো চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা হাতত লোৱা দেখা নাযায়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ঘৰৰ নিচেই কাষতে এই বৰ্ষত চলিছে প্ৰৱল গৰাখহনীয়া। অনিদ্ৰা-অনাহাৰে দিবা-ৰজনী পাৰ কৰিছে শ শ পৰিয়াল। উপায়ন্তৰ হৈ শিৱিৰ পাতি বাস কৰিবলগীয়া হৈছে। তেনে সময়ত বিধায়ক তথা বিভিন্ন ৰাজনৈতিক দল তথা একাংশ সংঘঠনৰ বাঘা বাঘা নেতা কৰ্মী সকলে সেই শিৱিৰ আৰু গৰাখহনীয়া স্থান পৰিদৰ্শন কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰা দেখা যোৱাৰ বাহিৰে বাকী একো দেখা নাযায়। যেতিয়া নিজৰ চকুৰ সন্মুখত বছৰ বছৰ ধৰি সপোনত দেখি নিজৰ হাবিয়াস অনুযায়ী সজাই তোলা আপোন ঘৰ খন নিমিষতে নৈৰ বুকুত উঠি যায় তাতোকৈ বেদনা দায়ক আৰু কি হব পাৰে। ইফালে সৰ্বস্ব হেৰুৱাই সাধাৰণ এটা তিৰ্পালৰ তলত গৰু, ছাগলী লৈ কণ কণ সন্তান বুকুত লৈ বৰষুণ, ধুমুহাৰ মাজত ভোকে পিয়াহে নিশা পাৰ কৰিবলগীয়া হয়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বাসগৃহৰ কাষেৰে বৈ গৈছে আই নৈ। এগৰাকী বিধায়কে ইচ্ছা কৰিলে নিৰাপদ স্থানত হাবিয়াস অনুসৰি ঘৰ সজাব পাৰিব কিন্তু কি হব সাধাৰণ ৰাইজৰ। বিধায়ক তথা চৰকাৰে

821f81ae-588b-47a0-8119-4fc3fab02d4f

কেৱল যেতিয়া গৰাখহনীয়া হয় তেতিয়া গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে ভুক্তভোগী ৰাইজে। সমষ্টি খনৰ মূল সমস্যা ৰাস্তা-ঘাট আৰু গৰাখহনীয়া। ইমান দিনে কোনো চৰকাৰ তথা বিধায়কে এই সমস্যা সমাধানৰ বাবে মনে প্ৰাণে চেষ্টা কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। কেৱল নিৰ্বাচনৰ সময়ত একাংশ নেতা কৰ্মীয়ে ভোট সংগ্ৰহৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে আই নৈৰ গৰাখহনীয়া আৰু ৰাস্তা-ঘাটৰ সমস্যাক। সমাধানৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ লোৱা নাই বাবেই সমাধান হোৱা নাই বুলি জনায় বহু ভুক্তভোগী পৰিয়ালে। নিৰ্বাচনৰ সময়ত এইবোৰ সমস্যা সমাধানৰ টোপ দি ডাঙৰ ডাঙৰ ভাষণ দিয়ে কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছত কোনো খবৰ নলয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিগত দিনত ২০ বছৰ ভূপেন ৰায়, ১০ বছৰ আব্দুল হাই নাগৰী আৰু ৫ বছৰ আব্দুল বাতিন খন্দকাৰে আই নৈৰ গৰাখহনীয়া ৰোধৰ কোনো বিশেষ পদক্ষেপ লোৱা নাই বুলি ৰাইজে ক্ষোভ উজাৰে লগতে কয় যে বৰ্তমানৰ বিধায়কেও এনে কোনো ব্যৱস্থা লোৱা নাই যি অৱস্থাৰ জড়িয়তে তৎকালীন ভাৱে তথা অহা বাৰিষাৰ পূৰ্বে ৰাইজে সকাহ পাব। অৱশ্যে বৰ্তমান বিধায়ক নুৰুল ইছলামে জিলা আয়ুক্তৰ লগতে কেবাজনো বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰি কয় যে পূৰ্বতে এই কামৰ সৱিশেষ চৰকাৰৰ ওচৰত দাখিল কৰা আছে,এতিয়া বিভাগীয় মন্ত্ৰীয়ে ধন মোকোলাই দিলেই কাম আৰম্ভ কৰিব পৰা যাব। এইবাৰ বাৰিষাৰ সময়ত যোৱা বৰ্ষৰ দৰে আকো কেইবা খনো ৰাজহ গাওঁ নোহোৱা হোৱাৰ সম্ভাৱনা দেখি ৰাইজ আতংকিত হৈ পৰিছে। কাৰণ পূৰ্বতে কেইবাখনো ৰাজহ গাওঁ নৈৰ বুকুত জাহ গৈছে। ইফালে ১০ লক্ষাধিক ভোটত জয় লাভ কৰা সাংসদ ৰকিবুল হুছেইনে এবাৰো এই ৰাইজৰ দুদৰ্শাৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সাংসদ জনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি নৈপৰীয়া ৰাইজে জানিবলৈ দিয়ে। আমাৰ এক প্ৰশ্নৰ উত্তৰত একাংশ স্থানীয় ৰাইজে কয় যে সাংসদ জনক যদি বিভিন্ন দিশ চালি জাৰি চাই নম্বৰ দিয়া যায় তেন্তে তেখেতৰ নম্বৰ হব বিয়োগাত্মক। পৰৱৰ্তী সময়ত বিধায়ক, সাংসদ আৰু বৰ্তমানৰ চৰকাৰে কোনে ধৰণৰ ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হব।

More news from অসম and nearby areas
  • ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন
    1
    ৰাস্তা বেয়া বহুত বেয়া
বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে  মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে  এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন
    user_Sanidul Islam
    Sanidul Islam
    Farmer কলগাছিয়া, বৰপেটা, অসম•
    12 hrs ago
  • Barpeta District or ji kunu area t Glow sign board lagile jonabo
    1
    Barpeta District or ji kunu area t Glow sign board lagile jonabo
    user_From Sarthebari
    From Sarthebari
    Taxi Driver সৰ্থেবাৰী, বৰপেটা, অসম•
    12 hrs ago
  • 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
    1
    📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত  নিৰুদ্দেশৰ ঘটনা।
📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত  নিৰুদ্দেশৰ ঘটনা।
📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    13 hrs ago
  • ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    1
    ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    4 hrs ago
  • কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    1
    কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    4 hrs ago
  • সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers
    1
    সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅
,
,
,
,

,
Bangla Dada Jiyarul 
MB News 24 Assam 
Bloger Jiyarul 
,
,
,
,
,
,
#photography 
#fbviralphoto 
#foryouシ 
#mbnews24assam 
#nonfollowers
সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅
,
,
,
,
,
Bangla Dada Jiyarul 
MB News 24 Assam 
Bloger Jiyarul 
,
,
,
,
,
,
#photography 
#fbviralphoto 
#foryouシ 
#mbnews24assam 
#nonfollowers
    user_MB News 24 Assam
    MB News 24 Assam
    বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.