logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য

3 hrs ago
user_Bitopan Rajbongshi
Bitopan Rajbongshi
বকো, কামৰূপ, অসম•
3 hrs ago

কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য

More news from অসম and nearby areas
  • ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    1
    ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • Barpeta District or ji kunu area t Glow sign board lagile jonabo
    1
    Barpeta District or ji kunu area t Glow sign board lagile jonabo
    user_From Sarthebari
    From Sarthebari
    Taxi Driver সৰ্থেবাৰী, বৰপেটা, অসম•
    11 hrs ago
  • ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন
    1
    ৰাস্তা বেয়া বহুত বেয়া
বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে  মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে  এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন
    user_Sanidul Islam
    Sanidul Islam
    Farmer কলগাছিয়া, বৰপেটা, অসম•
    10 hrs ago
  • সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    1
    সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে 
সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
    1
    📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত  নিৰুদ্দেশৰ ঘটনা।
📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত  নিৰুদ্দেশৰ ঘটনা।
📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    11 hrs ago
  • কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    1
    কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক। জব্দ ১২ খন ই-ৰিক্সা। ⭕বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক। জব্দ ১২ খন ই-ৰিক্সা। ⭕ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চালকৰ দপদপনি। ⭕ট্ৰেফিক আইন উলংঘা কৰি বিপদত ই-ৰিক্সা চালক। ⭕ই-ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ অভিযান বৰপেটা জিলা পৰিবহন বিভাগৰ। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #howly
    1
    বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক।
জব্দ ১২ খন ই-ৰিক্সা।
⭕বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক।
জব্দ ১২ খন ই-ৰিক্সা।
⭕ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চালকৰ দপদপনি।
⭕ট্ৰেফিক আইন উলংঘা কৰি বিপদত ই-ৰিক্সা চালক।
⭕ই-ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ অভিযান বৰপেটা জিলা পৰিবহন বিভাগৰ।
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate #howly
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.