Shuru
Apke Nagar Ki App…
"দম আছে যদি জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে" "বিজেপি আমি গঢ়িছোঁ হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই" "দম আছে যদি প্ৰদুৎ বৰদলৈক জালুকবাৰীত টিকট দিয়ক" মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ বিজেপিৰ নেতা জয়ন্ত কুমাৰ দাস (বাতৰি সংগ্ৰহ Newz now )
Mahesh kumar das
"দম আছে যদি জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে" "বিজেপি আমি গঢ়িছোঁ হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই" "দম আছে যদি প্ৰদুৎ বৰদলৈক জালুকবাৰীত টিকট দিয়ক" মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ বিজেপিৰ নেতা জয়ন্ত কুমাৰ দাস (বাতৰি সংগ্ৰহ Newz now )
More news from অসম and nearby areas
- এইবাৰ অগপ দলৰ শিঙিমাৰি আঞ্চলিকৰ সভাপতিয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে সংখ্যালঘু সমষ্টিৰ পৰা সংখ্যালঘু লোকক টিকট নিদিয়াৰ বাবে ক্ষুভিত হৈ অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে দুই শতাধিক কৰ্ম কৰ্তা সকল চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। লগতে ঈদৰ আগে পিছে অগপ,বিজেপিৰ কৰ্মী সকলেও যোগদান কৰিব বুলি মন্তব্য আবজালুৰ ৰহমানৰ1
- প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ1
- *News@Rupahi hat* ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছৰ যোগদান সভা, তাঞ্জিল হুছেইনৰ উপস্থিতিত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। আজি শিঙিমাৰীত অনুষ্ঠিত এখন বিশাল যোগদান সভাত দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰে। জানিব পৰা মতে, অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আবজালুৰ ৰহমানৰ লগতে তেওঁৰ দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। এই গুৰুত্বপূৰ্ণ যোগদান সভাত চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিশেষভাৱে উপস্থিত থাকে। তেওঁ নৱাগত দলীয় কৰ্মীসকলক দলীয় গামোচাৰে উষ্ম আদৰণি জনায়। সভাত উপস্থিত থাকি তাঞ্জিল হুছেইনে কয় যে ৰাইজৰ এই সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দলবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। অগপৰ নিষ্ঠাৱান কৰ্মীৰ নেতৃত্বত হোৱা এই বৃহৎ যোগদানে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।1
- ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাছ,ঢোলবাদন আৰু জেং বিহুৰ কৰ্মশালা1
- 📌 বিৰোধীৰ মিত্ৰতা লাগিলেও লাভ নাই! অসমত এতিয়া খেল সলনি : মুখ্যমন্ত্ৰী 📌 “Alliance থাকক বা নাথাকক” – অসমত বিৰোধীৰ শক্তি শূন্য বুলি দাবী মুখ্যমন্ত্ৰীৰ 📌 বিৰোধীক সিধা চেলেঞ্জ! মিত্ৰতা কোনো ফেক্টৰ নহয় : হিমন্ত বিশ্ব শৰ্মা 📌 নিৰ্বাচনৰ আগতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ দাবী – বিৰোধী এতিয়া অপ্রাসংগিক!1
- ৰঙিয়াত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি ৰঙিয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক আজি উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মী সমৰ্থকে । প্ৰাৰ্থীত্ব লাভৰ পিছতে ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰণি জনায় । চাংসাৰিৰ পৰা বিশাল সমদলৰে আদৰণি জনাই ভবেশ কলিতাক । ইয়াৰ পিছতে ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহত কেবা সহস্ৰাধিক দলীয় কৰ্মী,সমৰ্থক উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক শুভেচ্ছা জনায়। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎ কালত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত ভবেশ কলিতাৰ প্ৰতি দলীয় কৰ্মীৰ বিশ্বাস আৰু আস্থাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে ।1
- নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢোলে-দগৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বহু সংখ্যক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই। সমষ্টিটোৰ বিগত দুটা কাৰ্যকালৰ বিধায়ক নুৰুল হুদাই পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নুৰুল হুদাই। কেইবা শতাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নীতি -নিৰ্দেশনা ৰক্ষা কৰি মনোনয়ন দাখিল ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই।1
- টম্টম্ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্টম্ চালকে জধেমধে টম্টম্ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্টম্ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷1
- 📌 “বাঘ-ভালুকেও জানিছিল! কিন্তু টিকট নাপালে অতুল বৰা!” 📌 “প্ৰাণীসমূহেও অনুমান কৰিছিল—দিছপুৰ টিকটৰ পৰা বঞ্চিত অতুল বৰা!” 📌 “দিছপুৰত টিকট নিশ্চিত বুলি কোৱা হৈছিল, শেষত খালী হাত অতুল বৰা!1