logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

#Big_Breaking_News #assam_sangbad_24 টম্‌টম্‌ৰ বিৰুদ্ধে কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী টম্‌টম্‌ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্‌টম্‌ চালকে জধেমধে টম্‌টম্‌ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্‌টম্‌ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷

18 hrs ago
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
18 hrs ago

#Big_Breaking_News #assam_sangbad_24 টম্‌টম্‌ৰ বিৰুদ্ধে কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী টম্‌টম্‌ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্‌টম্‌ চালকে জধেমধে টম্‌টম্‌ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্‌টম্‌ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷

More news from Nagaon and nearby areas
  • দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
    1
    দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    3 hrs ago
  • এইবাৰ অগপ দলৰ শিঙিমাৰি আঞ্চলিকৰ সভাপতিয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে সংখ্যালঘু সমষ্টিৰ পৰা সংখ্যালঘু লোকক টিকট নিদিয়াৰ বাবে ক্ষুভিত হৈ অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে দুই শতাধিক কৰ্ম কৰ্তা সকল চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। লগতে ঈদৰ আগে পিছে অগপ,বিজেপিৰ কৰ্মী সকলেও যোগদান কৰিব বুলি মন্তব্য আবজালুৰ ৰহমানৰ
    1
    এইবাৰ অগপ দলৰ শিঙিমাৰি আঞ্চলিকৰ সভাপতিয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে
সংখ্যালঘু সমষ্টিৰ পৰা সংখ্যালঘু লোকক টিকট নিদিয়াৰ বাবে ক্ষুভিত হৈ অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে দুই শতাধিক কৰ্ম কৰ্তা সকল 
চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে।
লগতে ঈদৰ আগে পিছে অগপ,বিজেপিৰ কৰ্মী সকলেও যোগদান কৰিব বুলি মন্তব্য আবজালুৰ ৰহমানৰ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • *News@Rupahi hat* ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছৰ যোগদান সভা, তাঞ্জিল হুছেইনৰ উপস্থিতিত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। আজি শিঙিমাৰীত অনুষ্ঠিত এখন বিশাল যোগদান সভাত দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰে। জানিব পৰা মতে, অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আবজালুৰ ৰহমানৰ লগতে তেওঁৰ দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। এই গুৰুত্বপূৰ্ণ যোগদান সভাত চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিশেষভাৱে উপস্থিত থাকে। তেওঁ নৱাগত দলীয় কৰ্মীসকলক দলীয় গামোচাৰে উষ্ম আদৰণি জনায়। সভাত উপস্থিত থাকি তাঞ্জিল হুছেইনে কয় যে ৰাইজৰ এই সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দলবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। অগপৰ নিষ্ঠাৱান কৰ্মীৰ নেতৃত্বত হোৱা এই বৃহৎ যোগদানে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।
    1
    *News@Rupahi hat*
ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছৰ যোগদান সভা, তাঞ্জিল হুছেইনৰ উপস্থিতিত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। 
আজি শিঙিমাৰীত অনুষ্ঠিত এখন বিশাল যোগদান সভাত দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰে।
জানিব পৰা মতে, অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
আবজালুৰ ৰহমানৰ লগতে তেওঁৰ দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে।
এই গুৰুত্বপূৰ্ণ যোগদান সভাত চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিশেষভাৱে উপস্থিত থাকে। 
তেওঁ নৱাগত দলীয় কৰ্মীসকলক দলীয় গামোচাৰে উষ্ম আদৰণি জনায়। 
সভাত উপস্থিত থাকি তাঞ্জিল হুছেইনে কয় যে ৰাইজৰ এই সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দলবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়।
অগপৰ নিষ্ঠাৱান কৰ্মীৰ নেতৃত্বত হোৱা এই বৃহৎ যোগদানে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • Mur lgot kio jhora mani krisili randi hot tu hotok moi sini ne pau buli mur lgot jhora mani kribhi kla randi hot
    1
    Mur lgot kio jhora mani krisili randi hot 
tu hotok moi sini ne pau buli mur lgot jhora mani kribhi kla randi hot
    user_Miraj uddin ahmed
    Miraj uddin ahmed
    নগাঁও, নগাঁও, অসম•
    21 hrs ago
  • তামুলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৌন সমদল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।
    1
    তামুলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৌন সমদল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    10 hrs ago
  • নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢোলে-দগৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বহু সংখ্যক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা‌ই। সমষ্টিটোৰ বিগত দুটা কাৰ্যকালৰ বিধায়ক নুৰুল হুদা‌ই পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নুৰুল হুদাই। কেইবা শতাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নীতি -নিৰ্দেশনা ৰক্ষা কৰি মনোনয়ন দাখিল ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই।
    1
    নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢোলে-দগৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বহু সংখ্যক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা‌ই। সমষ্টিটোৰ বিগত দুটা কাৰ্যকালৰ বিধায়ক নুৰুল হুদা‌ই পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নুৰুল হুদাই। কেইবা শতাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নীতি -নিৰ্দেশনা ৰক্ষা কৰি মনোনয়ন দাখিল ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • কাইলৈ মনোনয়ন দাখিল কৰিব প্ৰমোদ বড়ো, তামুলপুৰত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ তামুলপুৰ: ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী Pramod Boro-এ কাইলৈ নিজৰ মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিয়ে । আগন্তুক নিৰ্বাচনক লৈ তামুলপুৰত ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে তীব্ৰ হৈ উঠিছে। এই উপলক্ষে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰ জামে মছজিদত অনুষ্ঠিত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে। সমষ্টিটোৰ মিলন বাজাৰত আয়োজিত এক ইফটাৰ অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতিয়ে এক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় যে, বিজেপি, কংগ্ৰেছ আৰু বিপিএফে দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বাবে তেওঁ সকলো দলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ আগন্তুক নিৰ্বাচনত সুস্থ প্ৰতিযোগিতাৰ আহ্বান জনায়। ইফালে, তামুলপুৰ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা Biswajit Daimary-কো তেওঁ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো প্ৰাৰ্থীৰ মাজত গণতান্ত্ৰিক পৰিৱেশ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, কাইলৈ মনোনয়ন দাখিলৰ জৰিয়তে তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অধিক গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।
    1
    কাইলৈ মনোনয়ন দাখিল কৰিব প্ৰমোদ বড়ো, তামুলপুৰত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ
তামুলপুৰ:
৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী Pramod Boro-এ কাইলৈ নিজৰ মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিয়ে । আগন্তুক নিৰ্বাচনক লৈ তামুলপুৰত ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে তীব্ৰ হৈ উঠিছে।
এই উপলক্ষে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰ জামে মছজিদত অনুষ্ঠিত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে। সমষ্টিটোৰ মিলন বাজাৰত আয়োজিত এক ইফটাৰ অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতিয়ে এক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় যে, বিজেপি, কংগ্ৰেছ আৰু বিপিএফে দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বাবে তেওঁ সকলো দলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ আগন্তুক নিৰ্বাচনত সুস্থ প্ৰতিযোগিতাৰ আহ্বান জনায়।
ইফালে, তামুলপুৰ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা Biswajit Daimary-কো তেওঁ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো প্ৰাৰ্থীৰ মাজত গণতান্ত্ৰিক পৰিৱেশ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে, কাইলৈ মনোনয়ন দাখিলৰ জৰিয়তে তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অধিক গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    11 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.