কাইলৈ মনোনয়ন দাখিল কৰিব প্ৰমোদ বড়ো, তামুলপুৰৰ মিলন বাজাৰ জামে মছজিদৰ ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কাইলৈ মনোনয়ন দাখিল কৰিব প্ৰমোদ বড়ো, তামুলপুৰত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ তামুলপুৰ: ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী Pramod Boro-এ কাইলৈ নিজৰ মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিয়ে । আগন্তুক নিৰ্বাচনক লৈ তামুলপুৰত ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে তীব্ৰ হৈ উঠিছে। এই উপলক্ষে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰ জামে মছজিদত অনুষ্ঠিত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে। সমষ্টিটোৰ মিলন বাজাৰত আয়োজিত এক ইফটাৰ অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতিয়ে এক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় যে, বিজেপি, কংগ্ৰেছ আৰু বিপিএফে দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বাবে তেওঁ সকলো দলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ আগন্তুক নিৰ্বাচনত সুস্থ প্ৰতিযোগিতাৰ আহ্বান জনায়। ইফালে, তামুলপুৰ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা Biswajit Daimary-কো তেওঁ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো প্ৰাৰ্থীৰ মাজত গণতান্ত্ৰিক পৰিৱেশ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, কাইলৈ মনোনয়ন দাখিলৰ জৰিয়তে তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অধিক গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।

- তামুলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৌন সমদল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।1
- ৰঙিয়াত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি ৰঙিয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক আজি উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মী সমৰ্থকে । প্ৰাৰ্থীত্ব লাভৰ পিছতে ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰণি জনায় । চাংসাৰিৰ পৰা বিশাল সমদলৰে আদৰণি জনাই ভবেশ কলিতাক । ইয়াৰ পিছতে ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহত কেবা সহস্ৰাধিক দলীয় কৰ্মী,সমৰ্থক উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক শুভেচ্ছা জনায়। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎ কালত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত ভবেশ কলিতাৰ প্ৰতি দলীয় কৰ্মীৰ বিশ্বাস আৰু আস্থাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে ।1
- বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ সমৰ্থকৰ মাজত। *মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিলে বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে। এনডিএৰ সমৰ্থক বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি নিশা প্ৰায় ১০-৩০ বজাত দলৰ ১১ খন আসনৰ তালিকা ঘোষণা কৰাৰ লগে লগেই প্ৰাৰ্থীত্ব লাভ কৰা সমৰ্থক সকলৰ মাজত এক আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।1
- Post by Shakil Ahmed- ABC News Digital1
- 📌 বিৰোধীৰ মিত্ৰতা লাগিলেও লাভ নাই! অসমত এতিয়া খেল সলনি : মুখ্যমন্ত্ৰী 📌 “Alliance থাকক বা নাথাকক” – অসমত বিৰোধীৰ শক্তি শূন্য বুলি দাবী মুখ্যমন্ত্ৰীৰ 📌 বিৰোধীক সিধা চেলেঞ্জ! মিত্ৰতা কোনো ফেক্টৰ নহয় : হিমন্ত বিশ্ব শৰ্মা 📌 নিৰ্বাচনৰ আগতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ দাবী – বিৰোধী এতিয়া অপ্রাসংগিক!1
- Post by Arshad Ali2
- বৰপেটা জিলাত প্ৰথমখন মনোনয়ন দাখিল কৰে আজি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা । বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ1
- কাইলৈ মনোনয়ন দাখিল কৰিব প্ৰমোদ বড়ো, তামুলপুৰত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ তামুলপুৰ: ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী Pramod Boro-এ কাইলৈ নিজৰ মনোনয়ন দাখিল কৰিব বুলি জানিবলৈ দিয়ে । আগন্তুক নিৰ্বাচনক লৈ তামুলপুৰত ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে তীব্ৰ হৈ উঠিছে। এই উপলক্ষে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰ জামে মছজিদত অনুষ্ঠিত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে। সমষ্টিটোৰ মিলন বাজাৰত আয়োজিত এক ইফটাৰ অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতিয়ে এক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় যে, বিজেপি, কংগ্ৰেছ আৰু বিপিএফে দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বাবে তেওঁ সকলো দলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ আগন্তুক নিৰ্বাচনত সুস্থ প্ৰতিযোগিতাৰ আহ্বান জনায়। ইফালে, তামুলপুৰ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা Biswajit Daimary-কো তেওঁ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো প্ৰাৰ্থীৰ মাজত গণতান্ত্ৰিক পৰিৱেশ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, কাইলৈ মনোনয়ন দাখিলৰ জৰিয়তে তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অধিক গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।1