Shuru
Apke Nagar Ki App…
ৰূপহী হাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল নুৰুল হুদাৰ দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
ৰূপহী অসম দৈনিক
ৰূপহী হাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল নুৰুল হুদাৰ দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
More news from Assam and nearby areas
- 88764458501
- নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিল চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত অনিল শইকীয়াক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান। প্ৰাৰ্থীত্ব লাভ কৰিয়েই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।1
- চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনামূলীয়াকৈ এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰে। অসমৰ প্ৰতিখন জিলাতে ১৪-১৫ বছৰৰ কিশোৰী সকলে এই প্ৰতিষেধক বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব। যৌন সম্পৰ্কৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ নামৰ এবিধ ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। বহু দিন ধৰি এই ভাইৰাছ শৰীৰত থাকিলে কেন্সাৰ অথবা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে , তাৰ ভিতৰত চাৰ্ভাইকেল কেন্সাৰ অথবা জৰায়ু মুখৰ কৰ্কট ৰোগ অন্যতম।তাৰেই পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰাৰ লগতে এখনি গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুস্থিত হয়।1
- চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।1
- চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ1
- প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ1
- Mur lgot kio jhora mani krisili randi hot tu hotok moi sini ne pau buli mur lgot jhora mani kribhi kla randi hot1
- দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।1