logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চামগুৰি সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াৰ প্ৰথমটো প্ৰতিক্ৰিয়া। চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।

6 hrs ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
6 hrs ago

চামগুৰি সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াৰ প্ৰথমটো প্ৰতিক্ৰিয়া। চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।

More news from অসম and nearby areas
  • এইবাৰ অগপ দলৰ শিঙিমাৰি আঞ্চলিকৰ সভাপতিয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে সংখ্যালঘু সমষ্টিৰ পৰা সংখ্যালঘু লোকক টিকট নিদিয়াৰ বাবে ক্ষুভিত হৈ অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে দুই শতাধিক কৰ্ম কৰ্তা সকল চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। লগতে ঈদৰ আগে পিছে অগপ,বিজেপিৰ কৰ্মী সকলেও যোগদান কৰিব বুলি মন্তব্য আবজালুৰ ৰহমানৰ
    1
    এইবাৰ অগপ দলৰ শিঙিমাৰি আঞ্চলিকৰ সভাপতিয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে
সংখ্যালঘু সমষ্টিৰ পৰা সংখ্যালঘু লোকক টিকট নিদিয়াৰ বাবে ক্ষুভিত হৈ অগপ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে দুই শতাধিক কৰ্ম কৰ্তা সকল 
চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে।
লগতে ঈদৰ আগে পিছে অগপ,বিজেপিৰ কৰ্মী সকলেও যোগদান কৰিব বুলি মন্তব্য আবজালুৰ ৰহমানৰ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • *News@Rupahi hat* ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছৰ যোগদান সভা, তাঞ্জিল হুছেইনৰ উপস্থিতিত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। আজি শিঙিমাৰীত অনুষ্ঠিত এখন বিশাল যোগদান সভাত দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰে। জানিব পৰা মতে, অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আবজালুৰ ৰহমানৰ লগতে তেওঁৰ দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে। এই গুৰুত্বপূৰ্ণ যোগদান সভাত চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিশেষভাৱে উপস্থিত থাকে। তেওঁ নৱাগত দলীয় কৰ্মীসকলক দলীয় গামোচাৰে উষ্ম আদৰণি জনায়। সভাত উপস্থিত থাকি তাঞ্জিল হুছেইনে কয় যে ৰাইজৰ এই সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দলবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। অগপৰ নিষ্ঠাৱান কৰ্মীৰ নেতৃত্বত হোৱা এই বৃহৎ যোগদানে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।
    1
    *News@Rupahi hat*
ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছৰ যোগদান সভা, তাঞ্জিল হুছেইনৰ উপস্থিতিত দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। 
আজি শিঙিমাৰীত অনুষ্ঠিত এখন বিশাল যোগদান সভাত দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলটোৰ ভেটি অধিক শক্তিশালী কৰে।
জানিব পৰা মতে, অসম গণ পৰিষদ (অগপ) দলৰ এজন নিষ্ঠাৱান কৰ্মী আবজালুৰ ৰহমানৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
আবজালুৰ ৰহমানৰ লগতে তেওঁৰ দুই শতাধিক সমৰ্থক আৰু সতীৰ্থই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ নীতিত আস্থা প্ৰকাশ কৰি দলটোত যোগদান কৰে।
এই গুৰুত্বপূৰ্ণ যোগদান সভাত চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিশেষভাৱে উপস্থিত থাকে। 
তেওঁ নৱাগত দলীয় কৰ্মীসকলক দলীয় গামোচাৰে উষ্ম আদৰণি জনায়। 
সভাত উপস্থিত থাকি তাঞ্জিল হুছেইনে কয় যে ৰাইজৰ এই সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ জয় নিশ্চিত কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দলবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়।
অগপৰ নিষ্ঠাৱান কৰ্মীৰ নেতৃত্বত হোৱা এই বৃহৎ যোগদানে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাছ,ঢোলবাদন আৰু জেং বিহুৰ কৰ্মশালা
    1
    ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাছ,ঢোলবাদন আৰু জেং বিহুৰ কৰ্মশালা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    11 hrs ago
  • ৰঙিয়াত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি ৰঙিয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক আজি উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মী সমৰ্থকে । প্ৰাৰ্থীত্ব লাভৰ পিছতে ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰণি জনায় । চাংসাৰিৰ পৰা বিশাল সমদলৰে আদৰণি জনাই ভবেশ কলিতাক । ইয়াৰ পিছতে ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহত কেবা সহস্ৰাধিক দলীয় কৰ্মী,সমৰ্থক উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক শুভেচ্ছা জনায়। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎ কালত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত ভবেশ কলিতাৰ প্ৰতি দলীয় কৰ্মীৰ বিশ্বাস আৰু আস্থাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে ।
    1
    ৰঙিয়াত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী  ভৱেশ কলিতাক উষ্ম আদৰণি
ৰঙিয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী  ভৱেশ কলিতাক আজি উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মী সমৰ্থকে । প্ৰাৰ্থীত্ব লাভৰ পিছতে  ভৱেশ কলিতাই ৰঙিয়া সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰণি জনায়  । চাংসাৰিৰ পৰা বিশাল সমদলৰে আদৰণি জনাই ভবেশ কলিতাক । ইয়াৰ পিছতে ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহত কেবা সহস্ৰাধিক দলীয় কৰ্মী,সমৰ্থক উপস্থিত হৈ প্ৰিয় নেতা গৰাকীক শুভেচ্ছা জনায়। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎ কালত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত  ভবেশ কলিতাৰ প্ৰতি দলীয় কৰ্মীৰ বিশ্বাস আৰু আস্থাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে  ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    12 hrs ago
  • দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
    1
    দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই বৃহস্পতিবাৰে তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ সৈতে সংগ দিয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নুৰুল হুদাই মনোনয়ন দাখিল কৰিবলৈ আহি ক'লে মই ৰূপহী বাসীৰ অন্তৰত আছো।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    4 hrs ago
  • নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢোলে-দগৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বহু সংখ্যক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা‌ই। সমষ্টিটোৰ বিগত দুটা কাৰ্যকালৰ বিধায়ক নুৰুল হুদা‌ই পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নুৰুল হুদাই। কেইবা শতাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নীতি -নিৰ্দেশনা ৰক্ষা কৰি মনোনয়ন দাখিল ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই।
    1
    নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢোলে-দগৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বহু সংখ্যক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা‌ই। সমষ্টিটোৰ বিগত দুটা কাৰ্যকালৰ বিধায়ক নুৰুল হুদা‌ই পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নুৰুল হুদাই। কেইবা শতাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ নীতি -নিৰ্দেশনা ৰক্ষা কৰি মনোনয়ন দাখিল ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • টম্‌টম্‌ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্‌টম্‌ চালকে জধেমধে টম্‌টম্‌ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্‌টম্‌ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷
    1
    টম্‌টম্‌ৰ বিৰুদ্ধে আজি কঠোৰ হ’ল ঢেকীয়াজুলি যান-বাহন আৰক্ষী৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই একাংশ টম্‌টম্‌ চালকে জধেমধে টম্‌টম্‌ চলাই ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে আজি ৫০ খনৰো অধিক টম্‌টম্‌ জব্দ কৰিলে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.