Shuru
Apke Nagar Ki App…
নগাঁও জিলাত জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনামূলীয়াকৈ এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰে। অসমৰ প্ৰতিখন জিলাতে ১৪-১৫ বছৰৰ কিশোৰী সকলে এই প্ৰতিষেধক বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব। যৌন সম্পৰ্কৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ নামৰ এবিধ ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। বহু দিন ধৰি এই ভাইৰাছ শৰীৰত থাকিলে কেন্সাৰ অথবা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে , তাৰ ভিতৰত চাৰ্ভাইকেল কেন্সাৰ অথবা জৰায়ু মুখৰ কৰ্কট ৰোগ অন্যতম।তাৰেই পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰাৰ লগতে এখনি গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুস্থিত হয়।
ৰূপহী অসম দৈনিক

More news from অসম and nearby areas
- ধিঙৰ চলাপথাৰত এ আই ইউ ডি এফৰ বিশাল ইফতাৰ, জনসমুদ্ৰৰ সমাগম নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত এ আই ইউ ডি এ ফৰ উদ্যোগত এক বিশাল ইফতাৰ পাৰ্টি সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটি এ আই ইউ ডি এ ফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ বাসগৃহত অনুষ্ঠিত হয়, য’ত বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে স্থানখন জনসমুদ্ৰত পৰিণত কৰে। ইফতাৰ গ্ৰহণৰ পূৰ্বে দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে বিশেষ দুৱা প্ৰাৰ্থনা কৰা হয়। সমাজৰ লাঞ্চিত, বঞ্চিত, অবহেলিত আৰু নিপীড়িত লোকসকলৰ কল্যাণৰ বাবে সদায় মাত মাতি অহা মতিউৰ ৰহমানৰ আহ্বানত এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়। উল্লেখযোগ্যভাৱে, অনুষ্ঠানটোত এ আই ইউ ডি এ ফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজ উপস্থিত থাকে। তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি এইবাৰ ধিং সমষ্টিত এ আই ইউ ডি এ ফৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে।1
- মোৰ দেউতা দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক আছিল। তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছে। এইবাৰো বিপুল ভোটত জয়ী হ'ব ৰূপহীহাট সমষ্টিৰ পৰা। এই মন্তব্য ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ1
- 88764458501
- নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিল চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত অনিল শইকীয়াক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান। প্ৰাৰ্থীত্ব লাভ কৰিয়েই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।1
- চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।1
- চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ1
- প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ1
- চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনামূলীয়াকৈ এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰে। অসমৰ প্ৰতিখন জিলাতে ১৪-১৫ বছৰৰ কিশোৰী সকলে এই প্ৰতিষেধক বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব। যৌন সম্পৰ্কৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ নামৰ এবিধ ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। বহু দিন ধৰি এই ভাইৰাছ শৰীৰত থাকিলে কেন্সাৰ অথবা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে , তাৰ ভিতৰত চাৰ্ভাইকেল কেন্সাৰ অথবা জৰায়ু মুখৰ কৰ্কট ৰোগ অন্যতম।তাৰেই পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰাৰ লগতে এখনি গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুস্থিত হয়।1