Shuru
Apke Nagar Ki App…
*মঙলদৈত পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই।* *এইবাৰ হাত দাঙিলে মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্রা তাজুল ইছলাম ছিদ্দিকিয়ে।* *দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়ত হাতেলোতে ধৰে অভিযন্তা গৰাকীক।* *এতিয়া সবিশেষ জানিব পৰা হোৱা নাই।*
Anup
*মঙলদৈত পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই।* *এইবাৰ হাত দাঙিলে মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্রা তাজুল ইছলাম ছিদ্দিকিয়ে।* *দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়ত হাতেলোতে ধৰে অভিযন্তা গৰাকীক।* *এতিয়া সবিশেষ জানিব পৰা হোৱা নাই।*
More news from অসম and nearby areas
- Post by U song my videos1
- কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু। ============================== কুমাৰীকাটা ২৯ এপ্ৰিল:-- তামুুলপুুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পশ্চিম কুমাৰীকাটাৰ অধিনৰ সত্যনাৰায়ণপুুৰ গাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী মিঠুন বৰ্মন আৰু শ্ৰী আৰতী বৰ্মনৰ ১১ বছৰীয়া কণ্যা সন্তান শ্ৰী ববিতা বৰ্মনে পথৰ কাখৰ নলাত পৰি আকস্মিক ভাৱে মৃত্যু মুখত পৰে । জানিব পৰা মতে কবিতা আৰু তাইৰ বান্ধবী সম বয়সৰে ছোৱালী শ্ৰী দিপালী বৰ্মনে গাওখনৰে এটা পথেৰে খেজুৰ খাবলৈ বুলি ওলাই যাওঁতে দিনৰ একমান বজাত পথৰ কিনাৰত থকা নলাৰ পানীত পৰি বুৰ গৈছিল যদিও গাৱৰ ৰাইজে দেখি তাইক ততালিকে উদ্ধাৰ কৰে। কিন্তু ববিতাক পানীৰ তলত বুৰ যোৱাত তাইক বিচাৰি পোৱাত পলম হোৱাত পানী খাই মৃত্যুমুখত পৰে । কবিতাৰ মৃত্যূত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।1
- Post by Mithun Rabha1
- জালাহত মুকলি বিহু প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ ।1
- #WestBengalElections #May4Results #RamdasAthawale #NDA #BJP #Election2026 #BreakingNews #Politics #IndiaNews #TrendingNow #ViralVideo #ElectionResult #SonarBangla #WBPolitics1
- পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।1
- শিক্ষকৰ অভাৱৰ মাজতো উজলিছে চৰকাৰী খণ্ডৰ তামুলপুৰৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়: ৯৩.৬৫% উত্তীৰ্ণৰ হাৰেৰে গৌৰৱ অৰ্জন বিদ্যালয়খনৰ। তামুলপুৰ:২৯ এপ্ৰিল: সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি পিছপৰা অঞ্চলত অৱস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ ৯৩.৬৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে দুগৰাকী শিক্ষাৰ্থীয়ে দিষ্টিংচনৰ ওপৰিও ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ লেটাৰ আৰু ১০ গৰাকীয়ে প্ৰথম বিভাগ সহ আন শিক্ষাৰ্থী সকলেও সুন্দৰ ফলাফল লাভ কৰে।তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, বিদ্যালয়খনত ৭০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ১৩ গৰাকী। শিক্ষাৰ্থীৰ তুলনাত শিক্ষকৰ তীব্ৰ নাটনি থকাৰ পিছতো বিদ্যালয়খনে লাভ কৰা এই সাফল্যই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। এই সফলতাৰ পিছতেই স্থানীয় ৰাইজে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ স্বাৰ্থত শীঘ্ৰে খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আনহাতে, এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে আজি বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ( ভজন) দাস,বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী অঞ্চলিকৰ সভাপতি মিথুন দাস, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি শংকৰ বৰ্মনে বিদ্যালয়খনৰ অধ্যক্ষ আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।1
- Exit Poll pe sawaal! AIUDF leader Rafiqul Islam बोले – Assam mein neck-to-neck fight! ⚡ Assam mein hung battle? All India United Democratic Front leader ka bada claim 🗳️ Exit Polls galat ho sakte hain! Rafiqul Islam predicts tight Assam race1
- EXIT POLL কেতিয়াও শুদ্ধ নহয় বৰঞ্চ ৰাইজক বিভ্ৰান্ত হে কৰে :লুৰীণজ্যোতি গগৈ1