logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷ অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷

21 hrs ago
user_MR ABDUL MOTIN
MR ABDUL MOTIN
Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
21 hrs ago

অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷ অসম মহোৎসৱ যোৱা ২৩ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৯মাৰ্চত অন্ত পৰিব৷

More news from অসম and nearby areas
  • তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    1
    তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ।
লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা।
এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    5 hrs ago
  • নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম
    1
    নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    22 min ago
  • 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।
    1
    📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 
👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ।
📌যি সকলে BAJAJ ৰ EV  গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 
👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 
👉এতিয়া  Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 
📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে  Merketing and consultancy নামৰ EV CENTER 
📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT
তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত।
অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    43 min ago
  • অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ জাকিৰ হুছেইনক মৃতদেহ ।
    1
    অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ  জাকিৰ হুছেইনক মৃতদেহ ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    1 hr ago
  • তিনি দফীয়া দাবীৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিছাত আদিবাসী ছাত্ৰ সন্থাৰ মটৰচাইকেল ৰেলী
    1
    তিনি দফীয়া দাবীৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিছাত আদিবাসী ছাত্ৰ সন্থাৰ মটৰচাইকেল ৰেলী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।
    1
    নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 
ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ।
যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 
BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 
এতিয়া  Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 
কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে  Merketing and consultancy নামৰ EV CENTER 
যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT
তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত।
অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • তিনিচুকীয়াত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । ৰাজা আলি পথৰ আনন্দ নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত জাহ যায় কেইবাটাও ভাড়াঘৰ । অগ্নিকাণ্ডৰ সময়ত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে অধিক বিধ্বংসী ৰূপ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
    1
    তিনিচুকীয়াত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । 
ৰাজা আলি পথৰ আনন্দ নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত জাহ যায় কেইবাটাও ভাড়াঘৰ । 
অগ্নিকাণ্ডৰ সময়ত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে অধিক বিধ্বংসী ৰূপ লয় ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    23 hrs ago
  • জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration
    1
    জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক !
#NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    1 hr ago
  • জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।
    1
    জুৰীয়া আৰক্ষীয়ে  জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী।
👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.